New SOP in Assam: কি কি আছে নতুন SOP ত ?
OMICRON ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ অৰ্থাৎ শনিবাৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব নতুন SOP (New SOP in Assam) । শুকুৰবাৰে বিয়লি দিছপুৰৰ জনতা ভৱনত এক সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma announces new SOP)।
নৰাৰ ঘৰৰ ভিতৰত খেলি থাকোতেই ৰহস্যজনকভাৱে অগ্নিদগ্ধ তিনি শিশু
জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি ল’লে তিনিটাকৈ শিশুৱে ৷ চৰাইদেউ জিলাৰ ডোমৰ দলং চাহ বাগিচাৰ বৰুৱাহোলা ডিভিজনৰ ১২ নম্বৰ লাইনত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা (Charideo fire tragedy ) ।
Municipal board election : পৌৰসভা নিৰ্বাচনত স্থানীয় পৰ্যায়ত হে থাকিব বিজেপিৰ মিত্ৰতা
পৌৰসভা নিবাৰ্চনক লৈ শাসক দল বিজেপিৰ তৎপৰতা বৃদ্ধি পাছে (Municipal Corporation election in Assam)। পৰিস্থিতি জটিল নহ'লে মাৰ্চ মাহতে ৰাজ্যত অনুষ্ঠিত হ'ব পৌৰসভা নিবাৰ্চন । বৃহস্পতিবাৰে চৰাইদেউ ভ্ৰমণ কৰি এই মন্তব্য প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta on municipal board election) । পৌৰসভা নিবাৰ্চন পিছুৱাই দিয়াৰ ইচ্ছা প্ৰকাশ কৰা নাই বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।
ধুবুৰীৰ ভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ ১৫ গৰাকী শিশু শ্ৰমিক
ধুবুৰীৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে শিশু শ্ৰমিকৰ সংখ্যা । সেয়ে বৃহস্পতিবাৰে ধুবুৰীৰ ভিন্ন প্ৰান্তত শিশু শ্ৰমিকৰ বিৰুদ্ধে চলিল এক যৌথ অভিযান(operation against child labour in Dhubri) । বৃহস্পতিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত ধুবুৰী জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগ, চাইল্ড লাইন, চি ডব্লিউ চিকে ধৰি কেইবাটাও সংগঠনৰ যৌথ অভিযানত উদ্ধাৰ কৰা হ'ল ১৫ গৰাকীকৈ শিশু-কিশোৰ শ্ৰমিকক(Dhubri Child line rescue 15 child labour) ৷
মন্ত্রী পীযুষ হাজিকাৰ দেহত ক'ভিডৰ উপস্থিতি
ক'ভিড-19ত আক্ৰান্ত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika tested Covid positive)৷ বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে ক'ভিড-19ৰ পৰীক্ষা কৰিছিল ৷ শুকুৰবাৰে মন্ত্ৰীগৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰা ৷ মন্ত্ৰীগৰাকী বৰ্তমান হোম আইচ’লেচনত আছে বুলি জানিব পৰা গৈছে (Pijush Hazarika in Home Isolation) ৷