ETV Bharat / bharat

তুলা ৰাশিৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি...মেষ ৰাশিৰ স্বাস্থ্যৰ অৱনতি...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 3rd June

author img

By ETV Bharat Features Team

Published : Jun 3, 2024, 12:45 AM IST

Daily Horoscope For 3rd June: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 3rd June 2024
চাওক আজিৰ দিনটোৰ ৰাশিফল (ETV BHARAT ASSAM)

মেষ ৰাশি: এলাহৰ বাবে কামৰ গতি লেহেমীয়া হ’ব ৷ পেটৰ অস্বস্তিয়ে আমনি কৰিব ৷ শত্ৰুৱে কামত বাধা দিবলৈ চেষ্টা কৰিব ৷ কোনো কৰ্মত নিয়োজিত লোকসকলে বিষয়াসকলৰ পৰা কিছু দূৰত্ব বজাই ৰখাটো ভাল ৷ ধৰ্ম আৰু আধ্যাত্মিকতাৰ বাবে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব ৷ ব্যৱসায়টো সম্প্ৰসাৰণৰ বাবে কৰা কঠোৰ পৰিশ্ৰমৰ ফললৈ অপেক্ষা কৰিব লাগিব ৷

বৃষ ৰাশি: মনটো বহু ধৰণৰ সমস্যাই আগুৰি ধৰিব ৷ স্বাস্থ্যৰ অৱনতি ঘটিব, বিশেষকৈ চকুৰ যত্ন লওক ৷ এই সময়চোৱাত আপুনি বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকক ৷ ঘৰতে পৰিয়ালৰ সদস্য আৰু আপোনজনৰ পৰা বিৰোধিতাৰ পৰিৱেশ সৃষ্টি হ’ব ৷ মৌন হৈ বিবাদৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰা উচিত ৷ ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব ৷ লাহে লাহে বাহন চলাওক, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি: দিনটো সকলো দিশৰ পৰা শুভ ৷ অবিবাহিত লোকে উপযুক্ত জীৱন সংগী বিচাৰি পাব পাৰে ৷ টকা উপাৰ্জনৰ বাবে শুভ দিন ৷ বন্ধু-বান্ধৱীৰ সৈতে সুখদায়ক সাক্ষাৎ হ’ব ৷ পত্নী আৰু পুত্ৰৰ পৰা লাভৱান হ’ব ৷ ল’ৰা-ছোৱালীৰ পৰা ভাল খবৰ পাব ৷ কিছু নতুন কাম বা প্ৰজেক্ট আৰম্ভ কৰিব পাৰে ৷ আয় বাঢ়িব ৷ যদি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰে তেন্তে গৱেষণা কৰক আৰু আগবাঢ়ি যাওক ৷ বিবাহিত জীৱন সুখৰ হ'ব ৷

কৰ্কট ৰাশি: সকলো কাম কোনো বাধা নোহোৱাকৈ সহজে সম্পূৰ্ণ হ’ব ৷ কামত সামঞ্জস্যতা থাকিব ৷ চাকৰিৰ উচ্চ পদস্থ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ’ব ৷ কিছু নতুন কামো পাব পাৰে ৷ ব্যৱসায়তো লাভ পাব ৷ মুকলি মনেৰে পৰিয়ালৰ সদস্যৰ সৈতে ঘৰুৱা আলোচনা কৰিব ৷ ঘৰ সজ্জাৰ প্ৰতি গুৰুত্ব দিব ৷ চাকৰি বা ব্যৱসায়ৰ বাবে ক’ৰবাত ওলাই যোৱাৰ সম্ভাৱনা আছে ৷ মাতৃৰ লগত সম্পৰ্ক ভাল হ’ব ৷ চৰকাৰী কামত সুবিধা পোৱাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য ভাল হ’ব ৷ যোগ আৰু ধ্যান জীৱনত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক ৷

সিংহ ৰাশি: মিঠা আৰু টেঙা অভিজ্ঞতা মিহলি হৈ থকা এটা দিন ৷ সময়মতে নিৰ্ধাৰিত কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ আচৰণ নিৰপেক্ষ হৈ থাকিব ৷ আজি আপুনি নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব ৷ ধৰ্মীয় আৰু শুভ কামত অংশগ্ৰহণৰ সুযোগ পাব ৷ বহিঃৰাজ্যৰ পৰা অহা বন্ধু বা আত্মীয়ৰ পৰা ভাল খবৰ পাব ৷ কোনোবা মন্দিৰ বা পবিত্ৰ স্থানলৈ যোৱাৰ সম্ভাৱনা থাকিব ৷ ব্যৱসায়ত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

কন্যা ৰাশি: মুখৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজনীয় ৷ খঙৰ বাবে পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ যোগাযোগ বাধাগ্ৰস্ত হৈ থাকিব ৷ বৈবাহিক জীৱনত ঘনিষ্ঠতা থাকিব ৷ কাৰোবাৰ লগত বিসংগতি হ’ব পাৰে ৷ বিৰোধীয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সজাগ হওক ৷ নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল নহয় ৷ খৰচ বাঢ়িব পাৰে ৷ আধ্যাত্মিক বিষয়ত অধিক আগ্ৰহী হ’ব ৷ পৰিয়ালৰ সদস্যৰ লগত ধৈৰ্যৰে কথা পাতক ৷ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ’ব ৷

তুলা ৰাশি: দৈনন্দিন কামৰ পৰা সকাহ আৰু মনোৰঞ্জনৰ বাবে গান শুনিব বা টিভিত চিনেমা চাব ৷ কিছু বজাৰ কৰিবলৈ ওলাই যাব পাৰে ৷ আপোনজনৰ বাবে ধন খৰচ কৰি সুখী হ'ব ৷ বন্ধু-বান্ধৱীক লগ পোৱাৰ সম্ভাৱনা আছে ৷ আপোনজনৰ লগত ঘনিষ্ঠতাই সুখ দিব ৷ এটা ভাল অনুষ্ঠানৰ বাবে বজাৰ কৰিব পাৰে ৷ মানুহৰ পৰা সন্মান লাভ কৰিব পাৰিব ৷ জীৱন সংগীৰ লগতো ঘনিষ্ঠতা বৃদ্ধি হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷

বৃশ্চিক ৰাশি: পাৰিবাৰিক সুখ আৰু শান্তিৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে সুখী অনুভৱ কৰিব ৷ নিৰ্ধাৰিত কামত সফলতা লাভ কৰিব ৷ কাৰ্যালয়ত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব ৷ বিৰোধী আৰু শত্ৰুৰ পৰিকল্পনা সফল নহ’বও পাৰে ৷ আৰ্থিক সুবিধা পাব ৷ মাতৃৰ ফালৰ পৰাও কিছু ভাল খবৰ পাব ৷ গুৰুত্বপূৰ্ণ কামত আজি টকা খৰচ কৰিব ৷ বাহিৰত খোৱা-বোৱা বা মদ্যপান কৰাটো পৰিহাৰ কৰক ৷

ধনু ৰাশি: সন্তানৰ শিক্ষা আৰু স্বাস্থ্যৰ বাবে চিন্তাত পৰিব ৷ পেটৰ লগত জড়িত সমস্যা হ’ব পাৰে ৷ এই সময়চোৱাত আপুনি খোৱা-বোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ কাম সফল নহ’লে আপুনি হতাশ অনুভৱ কৰিব ৷ ক্ৰোধ নিয়ন্ত্ৰণ কৰক ৷ কৰ্মক্ষেত্ৰত পুৰণি বিবাদৰ সৃষ্টি হ’ব পাৰে ৷ আপোনজনক লগ পোৱাৰ পিচত আপুনি সুখী অনুভৱ কৰিব ৷ আপোনাৰ পত্নীৰ অনুভৱক সন্মান কৰক ৷ সম্ভৱ হ’লে পৰিয়ালৰ সদস্যসকলকো সময় দিয়ক ৷

মকৰ ৰাশি: কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ পাৰিবাৰিক সমস্যাই আপোনাৰ মনত প্ৰভাৱ পেলাব ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব ৷ সমাজত অপমানিত হোৱাৰ ভয় থাকিব ৷ শৰীৰক জিৰণি দিয়ক অন্যথা স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকিব ৷ বন্ধু-বান্ধৱীৰ পৰা হেৰুওৱাৰ সম্ভাৱনা আছে ৷ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ অনুভৱ নকৰিব ৷ কৰ্মক্ষেত্ৰতো কাৰোবাৰ লগত বিবাদ হ’ব পাৰে ৷ সাৱধান হওক ৷

কুম্ভ ৰাশি: মানসিকভাৱে বহুত লঘু অনুভৱ কৰিব ৷ মনটোৰ ওপৰত উৰি থকা চিন্তাৰ ডাৱৰবোৰ আঁতৰি যোৱাৰ লগে লগে উৎসাহ বাঢ়িব ৷ ঘৰত ভাই-ভনীৰ লগত সম্পৰ্ক ভাল হৈ থাকিব ৷ সময় সিহঁতৰ লগত সুখেৰে পাৰ হৈ যাব ৷ বন্ধু-বান্ধৱ আৰু আত্মীয়ক লগ পাব ৷ ঘৰৰ ওচৰৰ ক’ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ বিপক্ষৰ ওপৰত জয় হ’ব ৷ ভাগ্যৰ উদয় হ’ব ৷ বৈবাহিক আনন্দৰ অভিজ্ঞতা লাভ কৰিব ৷

মীন ৰাশি: খৰচৰ বাহিৰেও খং আৰু বাক্য নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ কাৰোবাৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা থাকিব ৷ আৰ্থিক বিষয় বা লেনদেনত সাৱধান হওক ৷ পৰিয়ালৰ সদস্যৰ লগত মতানৈক্যৰ সৃষ্টি হ’ব পাৰে ৷ নেতিবাচক চিন্তাই মনত আধিপত্য বিস্তাৰ কৰিব ৷ খোৱা-বোৱাত অসাৱধানতাৰ বাবে স্বাস্থ্য নষ্ট হোৱাৰ সম্ভাৱনা থাকিব ৷ সময়খিনি ছাত্ৰ-ছাত্ৰীৰ বাবে অলপ কঠিন হ’ব পাৰে ৷

লগতে পঢ়ক: এই সপ্তাহত মেষ ৰাশিৰ ব্যৱসায়ত অগ্ৰগতি লাভ; বৃশ্চিক ৰাশিৰ পদোন্নতি, চাওক আৰু কি কি আছে সপ্তাহটোৰ ৰাশিফলত - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.