Deori mohila somaj protest: জিনজিৰি দেউৰীৰ ন্যায়ৰ দাবীত ধেমাজিত উত্তাল প্ৰতিবাদ

By

Published : Jan 7, 2022, 6:20 PM IST

thumbnail

জিনজিৰি দেউৰীৰ ন্যায়ৰ দাবীত শুকুৰবাৰে উত্তাল হ’ল ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয় (Deori mohila somaj protest in Dhemaji) ৷ গুৱাহাটী ওডাল বাক্ৰাস্থিত মডাৰ্ণ ইংলিছ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জিঞ্জিৰি দেউৰীৰ ৰহস্যজনক মৃত্যুৰ (Guwahati girl suicide case) উচিত তদন্ত বিচাৰি সদৌ দেউৰী মহিলা সমিতিৰ উদ্যোগত ধেমাজি জিলা দেউৰী মহিলা সমিতিয়ে । দুৰ্ভগীয়া পৰীয়ালটোক ন্যায় প্ৰদানৰ দাবী তুলি ধেমাজি জিলা উপায়ুক্তক এখনি স্মাৰকপত্ৰও প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ ইপিনে দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা আৰক্ষীৰ ভূমিকাকো কঠোৰ ভাষাৰে সমালোচনা কৰে সদৌ দেউৰী মহিলা সমিতিৰ সম্পাদিকা জিতামনি দেউৰীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.