ETV Bharat / city

মন্ত্রী পীযুষ হাজৰিকাৰ দেহত ক'ভিডৰ উপস্থিতি

author img

By

Published : Jan 7, 2022, 1:20 PM IST

Updated : Jan 8, 2022, 6:54 AM IST

minister-pijush-hazarika-tested-positive-for-covid-19
মন্ত্রী পীযুষ হাজিকাৰ দেহত ক'ভিডৰ উপস্থিতি

13:14 January 07

ক'ভিডত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika tested Covid positive) ৷ মন্ত্ৰীগৰাকী বৰ্তমান হোম আইছ’লেচনত আছে বুলি জানিব পৰা গৈছে ৷

গুৱাহাটী, 7 জানুৱাৰী : দেশত অ'মিক্ৰণৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Omicron cases increase in India) । বিশেষকৈ মহাৰাষ্ট্ৰ, দিল্লীৰ লগতে উত্তৰ-পূৱতো ব্যাপক সংক্ৰমিত হোৱা দেখা গৈছে ক'ভিডৰ এই নতুন প্ৰকাৰ । ইয়াৰ মাজতে হৈছে ক'ভিড-19 ত আক্ৰান্ত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika tested Covid positive) ৷

বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে ক'ভিড-19 ৰ পৰীক্ষা কৰিছিল ৷ শুকুৰবাৰে মন্ত্ৰীগৰাকীৰ দেহত ক'ভিড 19 ৰ উপস্থিতি ধৰা পৰা ৷ মন্ত্ৰীগৰাকী বৰ্তমান হোম আইছ’লেচনত আছে বুলি জানিব পৰা গৈছে (Pijush Hazarika in Home Isolation) ৷

শেহতীয়াকৈ দিল্লী ভ্ৰমণ কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷ দিল্লীৰ অসম ভৱনত কৰ'ণাত আক্ৰান্ত হৈছে আন 6 গৰাকী ব্যক্তি । ইয়াৰ পূৰ্বে গুৱাহাটীৰ সাংসদ কুইন ওজা আক্ৰান্ত হৈছিল ক'ভিড 19 ত ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ 844 গৰাকী লোক ক'ভিডত আক্ৰান্ত হয় । ইয়াৰে 369 গৰাকী গুৱাহাটী মহানগৰীৰ ।

লগতে পঢ়ক : NEET PG ৰ কাউন্সেলিং পুনৰ আৰম্ভ কৰাৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

Last Updated :Jan 8, 2022, 6:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.