ETV Bharat / bharat

NEET PG ৰ কাউন্সেলিং পুনৰ আৰম্ভ কৰাৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jan 7, 2022, 11:38 AM IST

শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত অন্যান্য পিছ পৰা শ্ৰেনী (OBC)ৰ বাবে 27% আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী(Economically Weaker Section)ৰ বাবে 10% কোটাৰ সৈতে নামভৰ্তিৰ অনুমতি প্ৰদান কৰিছে (SC allows resumption of NEET PG MED counselling) ৷

sc-allows-resumption-of-neet-pg-med-counselling
OBC, SC ৰ ক্ষেত্ৰত উচ্চতম ন্যায়লয়ৰ ৰায়

নেশ্যনেল ডেস্ক, 7 জানুৱাৰী : শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে অন্যান্য পিছ পৰা শ্ৰেনী(OBC)ৰ বাবে 27 শতাংশ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী(Economically Weaker Section)ৰ বাবে 10 শতাংশ কোটাৰ সৈতে চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ 2021-22 বৰ্ষৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত নামভৰ্তিৰ অনুমতি প্ৰদান কৰিছে (SC allows resumption of NEET PG MED counselling) ৷ আৰু ইয়াৰ সম্ভাব্য ৰায়টো আগন্তুক 3 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া EWSৰ শুনানিৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.