হোজাইত বিজেপি কৰ্মীৰ আতচবাজী - LOK SABHA ELECTION RESULTS 2024 - KAZIRANGA LS BJP CANDIDATE

🎬 Watch Now: Feature Video

thumbnail
হোজাইত বিজেপি কৰ্মীৰ আনন্দ-উল্লাস (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 9:54 PM IST

1 Min Read
Choose ETV Bharat

হোজাই, 4 জুন : হোজাইত বিজেপি নেতা-কৰ্মীৰ আনন্দ-উল্লাস ৷ কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই বিপুল ভোটত জয়ী হোৱাৰ পিচত  বিজেপি কৰ্মীসকলৰ মাজত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে ৷  

হোজাই জিলা বিজেপি কাৰ্যালয়ত বিজেপি কৰ্মীসকলে ফটকা ফুটাই আনন্দ-উল্লাস কৰে ৷ এই সময়ছোৱাত কাৰ্যালয়ত কৰ্মীসকলৰ সৈতে উপস্থিত থাকে লামডিং আৰু হোজাই সমষ্টিৰ বিধায়ক ক্ৰমে শিবু মিশ্ৰ আৰু ৰামকৃষ্ণ ঘোষ ৷ 

উল্লেখ্য যে, কাজিৰঙা লোকসভা সমষ্টিত 2,46,707 টা ভোট লাভ কৰে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ৷  তেওঁ 8,92,085 টা ভোট লাভ কৰিছে ৷ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীয়ে 6,45,378 টা ভোট লাভ কৰিছে ৷
লগতে পঢ়ক : গৌৰৱময় যোৰহাট, গৌৰৱান্বিত কংগ্ৰেছ কৰ্মী - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details