ETV Bharat / state

প্ৰেম-কৰ্ম-উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে লাভ কৰিব শুভফল ? - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 1:05 PM IST

KNOW YOUR WEEK : ৰাশিফল অনুসৰি এই চলিত সপ্তাহতো প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ।

প্ৰেম-কৰ্ম-উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে লাভ কৰিব শুভফল ?
প্ৰেম-কৰ্ম-উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে লাভ কৰিব শুভফল ? (ETV Bharat Assam)

মেঘ ৰাশি : মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে চলিত সপ্তাহটো প্ৰেমৰ ক্ষেত্ৰৰ শুভ নহয় । দূৰত্ব বৃদ্ধি পাব পাৰে । এই সপ্তাহত মেঘ ৰাশিৰ লোকসকলৰ উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ সম্পত্তিৰ ক্ষেত্ৰত লাভ অৰ্জন ।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ সপ্তাহ ৷ ছাত্ৰ-ছাত্ৰীসকলে এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ।

মিথুন ৰাশি : সপ্তাহটো শুভ ৷ ভাল ফল লাভ ৷ খৰচ বৃদ্ধি । ছাত্র-ছাত্ৰীসকলৰ বাবে শুভ । কৰ্ম ক্ষেত্ৰত ভাল ফলাফল লাভ ।

কৰ্কট ৰাশি : জাতক-জাতিকাসকলৰ বাবে সপ্তাহটো মধ্যমীয়া ৷ কৰ্ম স্থানত আশানুৰূপ ফল লাভ নকৰিব । কৰ্মক্ষেত্ৰ সহকৰ্মী লগত মতবিৰোধ হ'ব পাৰে । আয় বৃদ্ধিৰ যোগ । প্ৰেমৰ ক্ষেত্ৰত অকমান দূৰত্ব আহিব পাৰে ।

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মস্থানত উন্নতি লাভ কৰিব । প্ৰেমৰ ক্ষেত্ৰতো অকমান বাধা পাব পাৰে । উপাৰ্জনৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ।

কন্যা ৰাশি : প্ৰেমৰ ক্ষেত্ৰত অকমান দূৰত্ব আহিব পাৰে । কৰ্মস্থানত শুভ ফলাফল লাভ কৰিব ।

তুলা ৰাশি : চলিত সপ্তাহটোত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব । নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে । ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এই সপ্তাহতো ভাল । কৰ্মৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ।

বৃশ্চিক ৰাশি : দম্পতিসকলৰ উপাৰ্জনৰ ক্ষেত্ৰত এই সপ্তাহটোত অকমান বাধা আহিব পাৰে ৷ প্ৰেমৰ ক্ষেত্ৰতো ভাল ফলাফল লাভ কৰিব । ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এই সপ্তাহটো ভাল ।

ধনু ৰাশি : চলিত সপ্তাহত সকলো ক্ষেত্ৰতে ভাল ফলাফল ভাল কৰিব ।

মকৰ ৰাশি : এই সপ্তাহত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব । কৰ্মক্ষেত্ৰত বন্ধু বৃদ্ধি পাব ।

কুম্ভ ৰাশি : চলিত সপ্তাহত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব । শিক্ষা আদিত শুভ ।

মীন ৰাশি : প্ৰেমৰ ক্ষেত্ৰত অকমান বাধা আহিব পাৰে । শিক্ষাৰ্থীসকলৰ লগতে কৰ্মক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব । ব্যৱসায় আদিত বিনিয়োগ কৰিব পাৰে ৷ ভাল ফল লাভ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.