সমগ্র ৰাজ্যৰ লগতে শুকুৰবাৰে শিৱসাগৰতো কভিড ১৯ ভেকছিন অমৃত মহোৎসৱৰ শুভ উদ্বোধন কৰা হয়(Covid19 Vaccine Delivery Process Inaugurated) । শিৱসাগৰ নগৰ স্বাস্থ্য কেন্দ্ৰত জিলা উপায়ুক্ত মেঘ নিধি দাহালে এই বিশেষ সুৰক্ষামূলক ভেকছিন প্ৰদান কাৰ্যসূচীৰ উদ্বোধন কৰে ।
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথমা পত্নী ইভানা ট্ৰাম্পে(Donald Trump's first wife) বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ ১৯৭৭ চনত ড’নাল্ড ট্ৰাম্পৰ লগত বিবাশপাশত আৱদ্ধ হৈছিল ইভানা ট্ৰাম্প আৰু ১৯৯২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়(Donald Trump's ex-wife) ৷
দেশত ধৰা পৰিছে মাঙ্কিপক্সত আক্ৰান্ত প্ৰথমগৰাকী ব্যক্তি (First Monkey pox infection in India) । কেৰালাত ধৰা পৰিছে উক্ত ব্যক্তিজনৰ শৰীৰত মাঙ্কিপক্সৰ উপস্থিতি । কেৰালাৰ কোল্লামৰ ৩৫ বছৰীয়া ব্যক্তিজন সম্প্ৰতি আৰবৰ পৰা আহিছিল । এইটোৱে দেশৰ প্ৰথমটো মাঙ্কিপক্সৰ ঘটনা বুলি ঘোষণা কৰা হৈছে । কিন্তু এই মাঙ্কিপক্স কি ?
মেট্ৰিমনিয়েল ছাইটত পাত্ৰ বা পাত্ৰী বিচাৰোতে সাৱধান হওক ৷ নিজকে আই পি এছ বিষয়া সজাই মেট্ৰিমনিয়েল ছাইটত ফটো আপলোড দি গ্ৰেপ্তাৰ হ'ল এজন লোক (Fake IPS Officer arrested in Mumbai)৷
বৃহস্পতিবাৰে ভাৰতীয় ষ্টেট বেঙ্কে (State Bank of India decided to increase MCLR) ইয়াৰ ৱেবছাইটত প্ৰকাশ কৰা জাননী অনুসৰি, এবছৰৰ ম্যাদৰ বাবে বেঙ্কটোৱে এমচিএলআৰ (MCLR) বৰ্তমানৰ 7.40 শতাংশৰ পৰা 7.50 শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ।
আজিৰে পৰা অসমতো আৰম্ভ ক'ভিড টীকাকৰণৰ অমৃত মহোৎসৱ(COVID Vaccination Amrit Mahotsava) । 18-59 বছৰ বয়স সীমাৰ লোকসকলক 15 তাৰিখৰ পৰা অহা 30 ছেপ্টেম্বৰলৈ বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷ কামৰূপ মহানগৰ জিলাৰ অধীনৰ আজাৰা স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে এই টীকাকৰণৰ অভিযান উদ্বোধন কৰে (Keshab Mahanta inaugurates free booster dose vaccine of covid) ।
ৰাজ্যত সৰৱ হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷ দীৰ্ঘদিন ধৰি মালিকপক্ষৰ শোষণ আৰু বঞ্চনাৰ বলি হৈ আহিছে একাংশ চাহ শ্ৰমিক (ATTSA Protest at Borhola) ৷ শুকুৰবাৰে বৰহোলাৰ প্ৰাথমিক গোটে বৰহোলা চাহ বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AATSA protests against exploitation and deprivation) ৷
তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ক'ভিড টীকাকৰণ অমৃত মহোৎসৱৰ শুভাৰম্ভ কৰে (COVID Vaccination Amrit Mahotsava begins in Sonitpur)। জিলাখনত বৰ্তমানলৈকে মুঠ ১৭,৬২,৭৭৮ গৰাকী লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে । ১৬,১৯২ গৰাকী প্ৰথম শাৰীৰ যোদ্ধাই লোৱা নাই বুষ্টাৰ পালি । ইয়াৰে ১,১১১ গৰাকী চিকিৎসা কৰ্মী ।
ধেমাজিত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ (Japanese encephalitis and Dengue menace at Dhemaji) ৷ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ধেমাজিত দুগৰাকীৰ মৃত্যু (2 dead in Dhemaji ) ৷
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মাদ্ৰাজে উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ অধীনত শিক্ষা মন্ত্ৰালয়ৰ India Rankings 2022ত শীৰ্ষস্থান দখল কৰে(IIT Madras ranks top among Higher Educational Institutions) । ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰুক শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে মনোনীত কৰা হৈছে(IISC Bengaluru top university) ।