COVID Vaccination Amrit Mahotsava: শিৱসাগৰত Covid19 ভেকছিন অমৃত মহোৎসৱৰ শুভ উদ্বোধন

By

Published : Jul 15, 2022, 2:18 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

সমগ্র ৰাজ্যৰ লগতে শুকুৰবাৰে শিৱসাগৰতো কভিড ১৯ ভেকছিন অমৃত মহোৎসৱৰ শুভ উদ্বোধন কৰা হয়(Covid19 Vaccine Delivery Process Inaugurated) । শিৱসাগৰ নগৰ স্বাস্থ্য কেন্দ্ৰত জিলা উপায়ুক্ত মেঘ নিধি দাহালে এই বিশেষ সুৰক্ষামূলক ভেকছিন প্ৰদান কাৰ্যসূচীৰ উদ্বোধন কৰে । এই বিশেষ ভেকছিন প্ৰদান কাৰ্যসূচীত মূলতঃ ১৮ বছৰৰ পৰা ৫৯ বছৰৰ যোগ্য লোক সকলক সুৰক্ষাসূচক ভেকছিনৰ পালি প্ৰদান কৰা হ’ব । শুকুৰবাৰৰ পৰা পৰৱৰ্তী ৭৫ দিনলৈকে এই ভেকছিন নগৰ স্বাস্থ্য কেন্দ্ৰৰ লগতে জিলাখনৰ বিভিন্ন উপ স্বাস্থ্য কেন্দ্ৰ সমূহত বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.