ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 5:31 AM IST

Daily Horoscope For 27th April
আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 27th April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি : জাগতিক চাহিদাতকৈ আধ্যাত্মিক চাহিদা অধিক হ’ব ৷ গভীৰ চিন্তা কৰিব পাৰে ৷ ভাবি চিন্তি কথা ক’ব । শব্দ ব্যৱহাৰত সজাগ হওক । নতুন কোনো কাম আৰম্ভ নকৰিব ৷ আপুনি কোনো অস্বাভাৱিক উৎসৰপৰা লাভবান হ’ব পাৰে ।

বৃষ ৰাশি : পৰিয়ালৰ সৈতে ফুৰিবলৈ বা বনভোজলৈ যাব পাৰে ৷ ব্যৱসায়ত উন্নত ৷ সামাজিকভাৱে আপুনি বহুত সন্মান পাব । ধনৰ যোগৰ আছে ৷

মিথুন ৰাশি : শুভ দিন । আপোনাৰ নাম-যশ বৃদ্ধি পাব পাৰে । পৰ্যাপ্ত ধন লাভ কৰিব ৷ ব্যয় হ’ব পাৰে । শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব । সহকৰ্মীসকলৰপৰা সহযোগিতা লাভ কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি লাভ কৰিব ৷ কথা কওঁতে সাৱধান হ’ব ৷

কৰ্কট ৰাশি : ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ কথা কোৱাৰ সময়ত সতৰ্ক হওক ৷ তৰ্ক নকৰিব । ভ্ৰমণৰ নকৰিব ৷ আপোনাৰ মনৰ উপৰত গ্ৰহৰ প্ৰভাৱ প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে ৷

সিংহ ৰাশি : সাৱধান হৈ থাকক। ভাবি চিন্তি যি কোনো কাম কৰিব । মাতৃৰ সৈতে সম্পৰ্ক বেয়া হ’ব পাৰে । কথা কওতে সাৱধান হওক ৷ পানী পৰা সতৰ্ক থাকক । কামত কৰোতে সাৱধান হওক ৷

কন্যা ৰাশি : শৰীৰ সুস্থ । মন ভালে থাকিব । কাম-কাজ ভালকৈ কৰিব ৷ প্ৰিয়জনৰ সৈতে ভাল সময় কটাব ৷ আধ্যাত্মিকতাত আপোনাৰ জ্ঞানৰ স্বীকৃতি লাভ কৰিব ৷

তুলা ৰাশি : মনটো উত্ৰাৱল হৈ থাকিব ৷ কোনো সিদ্ধান্ত ল’ব নোৱাৰিব । গুৰুত্বপূৰ্ণ কাম কৰাৰ বাবে দিনটো অনুকূল নহয়। আঁকোৰগোজ স্বভাৱে আপোনাক বিপদত পেলাব । আৰ্থিক দিশত ভাল ৷ স্বাস্থ্যৰ যতন ল’ব ৷

বৃশ্চিক ৰাশি : শাৰীৰিক আৰু মানসিকভাৱে অদম্য হৈ থাকিব। পুৰণি বন্ধুক লগ পাব পাৰে ৷ দিনটো কোনো সুন্দৰ ঠাইত পাৰ কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

ধনু ৰাশি : খং নিয়ন্ত্ৰণ কৰক ৷ কথা, তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক । মানসিকভাৱে অশান্তি হ’ব ৷ প্ৰিয়জনৰ সৈতে বিবাদ হ’ব পাৰে ৷ স্বাস্থ্যও ভালে নাথাকিব।

মকৰ ৰাশি : দিনটো অনুকূল । আত্মীয় আৰু ঘনিষ্ঠ বন্ধুক লগ পাব পাৰে । মন পচন্দৰ সংগী লাভ কৰিব পাৰে । কোনো বন্ধুৰপৰা আকস্মিক উপহাৰ পাব পাৰে । ভ্ৰমণৰ যোগ আছে। ব্যৱসায় বৃদ্ধি হ’ব ৷

কুম্ভ ৰাশি : শৰীৰ আৰু মন শান্তিত থাকিব । সকলো কাম ভালে ভালে হ’ব । কৰ্মক্ষেত্ৰত আপুনি ভালকৈ কাম কৰিব পাৰিব ৷ কামে আপোনাক অধিক উদ্যমী কৰি তুলিব ৷ সহকৰ্মীৰপৰা সহযোগিতা পাব ৷ সামাজিকভাৱে আপোনাৰ সন্মান আৰু স্বীকৃতি বৃদ্ধি পাব । বন্ধু আৰু প্ৰিয়জনে আপোনাক লৈ গৰ্বিত হ’ব ।

মীন ৰাশি : মানসিক অশান্তিৰ কাৰণে উদ্বিগ্ন হৈ থাকিব ৷ ভাগৰুৱা আৰু এলেহুৱা হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত সতৰ্ক হৈ থাকিব । সন্তানক লৈ দুশ্চিন্তাত থাকিব । কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব। ব্যৱসায়ীসকলে নানা বাধা-বিপত্তিত পৰিব । নেতিবাচক কথা বা চিন্তা এৰাই চলক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.