Man-Elephant Conflict : পদ্মশ্ৰী ডাঃ কুশল কোঁৱৰ শৰ্মাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

By

Published : Nov 16, 2021, 6:00 PM IST

thumbnail

শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ ডিঙিত ৰেডিঅ' কলাৰ সংস্থাপনৰ বাবে জিলাৰ বন বিভাগ, বিশ্ব বন্যপ্ৰাণী সংস্থা আৰু অন্যান্য চিকিৎসকসকলৰ সৈতে উপস্থিত থাকে পদ্মশ্ৰী বঁটাপ্ৰাপ্ত ডাঃ কুশল কোঁৱৰ শৰ্মা । বনৰীয়া হাতী আৰু মানুহৰ সংঘাত সন্দৰ্ভত জানিবৰ বাবে ইটিভি ভাৰতৰ পৰা এক আছুতীয়া সাক্ষাৎকাৰ লোৱা হৈছিল ডাঃ কুশল কোঁৱৰ শৰ্মাক । অভিজ্ঞ পশু চিকিৎসক গৰাকীয়ে বনৰীয়া হাতীৰ সৈতে মানুহৰ সংঘাত ৰোধৰ সন্দৰ্ভত কেইবাটাও মন্তব্য কৰে । বনাঞ্চল ধ্বংস, মানুহৰ ব্যৱহাৰ আৰু স্বভাৱৰ সলনি কৰাৰ সদৰী সদৰী কৰিছে চিকিৎসকগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.