মৰাণ আৰক্ষীয়ে তামিলনাডুত আটক কৰিলে কিশোৰী অপহৰণকাৰীক

By

Published : Aug 20, 2022, 8:48 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

অৱশেষত মৰাণ আৰক্ষীয়ে তামিলনাডুত আটক কৰিলেগৈ কিশোৰী অপহৰণকাৰীক (Kidnapper arrested by Moran police)। কেইটামান দিনৰ পুৰ্বে মৰাণৰ নতুন নগৰৰ পৰা এগৰাকী ১৪ বছৰীয়া কিশোৰীক অপহৰণ কৰাৰ সন্দৰ্ভত মৰাণহাট আৰক্ষী থানাৰ(Moranhat Police Station) অন্তৰ্গত তিলৈজান বৰপথাৰ গাঁৱৰ সুৰঞ্জন তামুলী (26)ক গ্ৰেপ্তাৰ কৰে । সুৰঞ্জনক তামিলনাডুত আটক কৰাৰ লগতে কিশোৰীগৰাকীকো উদ্ধাৰ কৰে আৰক্ষীয়ে (Assam Kidnapped gird rescued in Tamil Nadu)। তামিলনাডু আৰক্ষীৰ সহযোগত মৰাণ থানাৰ আৰক্ষীয়ে আটক কৰে সুৰঞ্জনক । বৰ্তমান কিশোৰীগৰাকীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে ডিব্ৰুগড় জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে সুৰঞ্জনক ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.