AJYCP Protest: মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

By

Published : Jun 22, 2023, 10:54 PM IST

thumbnail

ডিব্ৰুগড়, 22 জুন: গোষ্ঠী সংঘৰ্ষৰ ফলত দীৰ্ঘদিনে অশান্ত আৰু অগ্নিগৰ্ভা হৈ আছে মণিপুৰ ৷ চুবুৰীয়া ৰাজ্যখনৰ অশান্ত জৰ্জৰ পৰিস্থিতিক লৈ প্ৰতিবেশী ৰাজ্যসমূহো চিন্তিত হৈ আছে ৷ মণিপুৰলৈ শান্তি পুনৰ ঘূৰাই অনাত সম্পূৰ্ণ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে মণিপুৰত চৰকাৰ ৷  

মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ ধাৰাষাৰ বৰষুণৰ মাজতো সোণাৰিত যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ প্ৰতিবাদ ৷ মণিপুৰত শান্তি-শৃংখলা ৰক্ষা কৰাত মণিপুৰ চৰকাৰ চূড়ান্ত ভাবে ব্যৰ্থ হোৱাৰ পৰিপেক্ষিতত এন বীৰেণ সিঙৰ চৰকাৰ ভংগ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ মণিপুৰৰ চৰকাৰ ভংগ কৰি শান্তি স্থাপনৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ 

লগতে পঢ়ক: Keshab Mahanta in Morigaon: মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.