Explosives Recovered in Rajasthan: ৰাজস্থানত উদ্ধাৰ ২০০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী

By

Published : Dec 4, 2022, 10:45 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ৰাজস্থানৰ অলৱৰ জিলাৰ বানচুৰৰ পৰা আৰক্ষীয়ে দেওবাৰে প্ৰায় ২০০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে (200 kg explosives found in car) । আৰক্ষীয়ে অভিযান চলাই এখন গাড়ীৰ পৰা বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ কৰে(200 kg explosives found in Rajasthan) ৷ অৱশ্যে গাড়ীখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে গাড়ীখনৰ পৰা প্ৰায় ২০০ কিলোগ্ৰাম ওজনৰ ৮ কাৰ্টন জিলেটিন ষ্টিক উদ্ধাৰ কৰে ৷ প্ৰতিটো কাৰ্টনত প্ৰায় ২০০ ডাল জিলেটিন ষ্টিক আছিল ৷ আৰক্ষীয়ে ২০০ টা ডিট’নেটৰো উদ্ধাৰ কৰে । ইয়াৰ লগতে তিনিটা প্লাষ্টিকৰ পলিথিন বেগৰ পৰা প্ৰায় ৭৫ টা বিস্ফোৰক লাইট আৰু প্ৰায় 300 মিটাৰ দৈৰ্ঘৰ ডিট’নেটৰ ফিউজ তাঁৰৰ এটা বাণ্ডল উদ্ধাৰ কৰে(Explosives Recovered in Rajasthan) ৷ সম্প্ৰতি আৰক্ষীয়ে গাড়ীখনৰ চালককক বিচাৰি অভিযান অব্যাহত ৰাখিছে(ETV Bharat Rajasthan news) ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.