ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ সংবাদ

author img

By

Published : Oct 16, 2022, 1:10 PM IST

top-10-news-at-1-pm
দুপৰীয়া 1 বজাৰ শীৰ্ষ সংবাদ

দুপৰীয়া 1 বজাৰ শীৰ্ষ সংবাদ

Ferry stuck in Brahmaputra : মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ফেৰী

মাজুলীত পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ৰ’পেক্স ফেৰী ৷ ফেৰী খনত অত্যাধিক সামগ্ৰী থকাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে (Passenger ferry stuck in Brahmaputra in Majuli)৷


Horrific Accident in Karnataka : মঞ্জুনাথ স্বামী দৰ্শন কৰিবলৈ গৈ একেটা পৰিয়ালৰ ৯ জনৰ মৃত্যু

মঞ্জুনাস্বামী দৰ্শনৰ্শ কৰিবলৈ যোৱা একে পৰিয়ালৰ 9 জন লোকৰ মৃত্যুমৃ ত্যু হয় (9 People died in accident)৷ বাছ আৰু টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘনাটো সংঘটিত হয় ৷

Rohit Sharma vs Virat Kohli : ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমে প্ৰাণ কাঢ়িলে এজনৰ

বিৰাট কোহলীৰ পৰিৱৰ্তে ৰোহিত শৰ্মা ৰ অনুৰাগী হোৱাৰ বাবেই মৃত্যুক আকোৱাঁলি ল'লে তামিলনাডুৰ এজন যুৱকে (Virat kohli fan kills Rohit Sharma fan )৷ ইয়াকে লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

OP Sharma passes away : বিখ্যাত যাদুকৰ ওম প্ৰকাশ শৰ্মাৰ দেহাৱসান

বিখ্যাত যাদুকৰ অপি শৰ্মা আৰু নাই(Magician OP Sharma passes away) । দীৰ্ঘদিনীয়াঅসুস্থতাৰ বাবে মৃত্যুৰ সৈতে যুঁজি শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ যাদুকৰজনে । উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা যাদুকৰজনে ৭১ বছৰ বয়সত তিনিজন পুত্ৰ, এগৰাকী কন্যা পত্নীক ইহ সংসাৰত এৰি থৈ যায় ।

Erosion in Dibrugarh : মাইজানৰ খহনীয়া অঞ্চল পৰিদৰ্শন লুৰীণজ্যোতি গগৈৰ

দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ মাইজানত অব্যাহত আছে খহনীয়া (Erosion in Dibrugarh)। খহনীয়াৰ ফলত হাহাকাৰ পৰিৱেশ অঞ্চলটোত । দেওবাৰে পুৱাই অঞ্চলটো পৰিদৰ্শন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । বানপানী আৰু খহনী য়া প্ৰতিৰোধত ব্যৰ্থ চৰকাৰক তীব্ৰ সমালোচনা গগৈৰ ।

OP Sharma passes away : বিখ্যাত যাদুকৰ ওম প্ৰকাশ শৰ্মাৰ দেহাৱসান

নৱী মুম্বাইৰ কামোথে কলনীত এটা জৰাজীৰ্ণ অট্টালিকা ভাঙি থকা অৱস্থাতে কৰুণ মৃত্যুক সাৱটি লয় এগৰাকী এস্কেভেটৰ চালকে(Workers death during working time)৷ কামোথে কলনীৰ ৩৫ নং ছেক্টৰৰ এটা অট্টালিকা পৌৰসভাই অসুৰক্ষিত ঘোষণা কৰাৰ পাছতে বিল্ডিং কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে অট্টালিকাটো ভাঙিবলৈ আৰম্ভ কৰে ৷ ভাঙি থকা অৱস্থাতে সংঘটিত এক দুৰ্ঘটনাত চালকগৰাকীয়ে প্ৰাণ হেৰুৱায়(Building collapsed in Navi Mumbai) ।

Leopard killed at Bokakhat : জীৱশ্ৰেষ্ঠই মৰিয়াই মৰিয়াই হত্যা কৰিলে নাহৰফুটুকী

গোলাঘাটৰ বোকাখাতত নাহৰফুটুকীক হত্যা (Leopard killed at Bokakhat)। একাংশ উত্তেজিত লোকে খেদি খেদি মৰিয়াই হত্যা কৰে নাহৰফুটুকীটো । নাহৰফুটুকী টোৰ আক্ৰমণত তিনিগৰাকী লোক আহত ।

Most dangerous countries in the world: বিশ্বৰ অন্যতম বিপজ্জনক দেশ পাকিস্তান

বাইডেনে কয় যে পাকিস্তান বিশ্বৰ অন্যতম বিপজ্জনক দেশ(one of the most dangerous nations in the world) ৷ বিশ্বজুৰিজু প্ৰতি ক্ৰিয়া সৃষ্টি ৷

Charge Sheet Against Kapil Wadhawan : কপিল ৱাধবানৰ বিৰুদ্ধে CBIৰ অভিযোগনামা দাখিল

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই) (Central Bureau of Investigation) য়ে 17 টাকৈ বেংকক প্ৰবঞ্চনাৰ গোচৰত দেৱান হাউচিং ফাইনেঞ্চ কৰ্পো ৰেচন লিমিটেডৰ (ডিএইচএফএল)প্ৰাক্তন চি এম ডি কপিল ৱাধবানৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে (CBI filed charge Sheet against Kapil Wadhawan)৷

Mili trailer: জীয়াই থকাৰ আপ্ৰাণ চেষ্টা চলাইছে জাহ্নৱী কাপুৰে

জাহ্নৱী কাপুৰ অভিনীত মিলিৰ ট্ৰেইলাৰ শনিবাৰে মুকলি কৰা হয় । মিলিক এখন জীৱিত-থ্ৰিলাৰ চলচ্চিত্ৰ হিচাপে গণ্য কৰা হৈছে ৷ 2019 ৰ মালায়ালম চলচ্চিত্ৰ হেলেনৰ পুনৰ নিৰ্মা ণ এইখন । জাহ্নৱীক মিলিৰ ট্ৰেইলাৰত জীয়াই থকাৰ আপ্ৰাণ চেষ্টা চলোৱা দেখা গৈছে । আমোদজনক ভাৱে 25 বছৰীয়া অভিনেত্ৰীগৰাকীৰ তেওঁৰ চলচ্চিত্ৰ নিৰ্মা তা পিতৃৰ সৈতে এয়া প্ৰথম পেছাদাৰী সহযো গিতা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.