Building collapsed in Navi Mumbai : অট্টালিকা খহি এস্কেভেটৰ চালকৰ মৃত্যু

By

Published : Oct 16, 2022, 11:18 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

নৱী মুম্বাইৰ কামোথে কলনীত এটা জৰাজীৰ্ণ অট্টালিকা ভাঙি থকা অৱস্থাতে কৰুণ মৃত্যুক সাৱটি লয় এগৰাকী এস্কেভেটৰ চালকে(Workers death during working time)৷ কামোথে কলনীৰ ৩৫ নং ছেক্টৰৰ এটা অট্টালিকা পৌৰসভাই অসুৰক্ষিত ঘোষণা কৰাৰ পাছতে বিল্ডিং কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে অট্টালিকাটো ভাঙিবলৈ আৰম্ভ কৰে ৷ ভাঙি থকা অৱস্থাতে সংঘটিত এক দুৰ্ঘটনাত চালকগৰাকীয়ে প্ৰাণ হেৰুৱায়(Building collapsed in Navi Mumbai) । ঘটনা সন্দৰ্ভত ইতিমধ্যে কামোথে থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.