ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 14, 2022, 1:37 PM IST

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Morigaon District Day : দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱস আৰম্ভ

আজিৰে পৰা মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত দুদিদু নীয়া বৰ্ণা ঢ্য কাৰ্যসূৰ্যচীৰে পালন কৰা হৈছে ৩৪ সংখ্যক মৰিগাঁও জিলা দিৱস (34th Morigaon District day observed) । মৰিগাঁওগাঁ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও ৰাইজৰ সহযোগত পালন কৰা হৈছে এই মৰিগাঁও জিলা দিৱস ।

Satyabrat Kalita fell ill suddenly: অগপৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ মাজতে অসুস্থ সত্যব্ৰত কলিতা

বৰপেটাত অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্যসূৰ্যচীৰ মাজতে অসুস্থ হৈ পৰে সত্যব্ৰত কলিতা (Foundation day of AGP)৷

Congress Presidential Poll : প্ৰচাৰৰ বাবে শনিবাৰে গুৱাহাটীলৈ আহিব শশী থাৰুৰ

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভা পতি পদৰ প্ৰাৰ্থী শশী থাৰুৰ ১৫ অক্টোবৰৰ বিয়লি উপস্থিত হ'ব গুৱাহাটীত (Sashi Tharoor to visit Guwahati) । ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্রতিনিধিসকলৰ সভাত অংশগ্রহণ কৰিব । সম্বোধন কৰিব সংবাদমেল । প্ৰদেশ কংগ্ৰেছৰ যুৱ প্ৰতিনিধিসকলৰে বাৰ্তা লাপত মিলিত হ'ব ৷

Bomb threat on flight: চলন্ত বিমানত ব’ম ! বিমানবন্দৰলৈ ভাবুকিপূৰ্ণ ইমেইল

মস্কো ৰ পৰা দিল্লী অভিমুখে আহি থকা চলন্ত বিমানত ব’ম থকাৰ ভাবুকিবু পূৰ্ণ ইৰ্ণ মেইল অহাৰ পিছতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় (Bomb threat on flight from Moscow)৷ লগে লগে বিমানবন্দৰটোত ( Indira Gandhi International Airport ) হুৱা দুৱা দু পৰি ৱেশৰ সৃষ্টি হোৱাৰ লগতে নিৰাপত্তাৰক্ষী সংস্থাবোৰক সতৰ্ক কৰি দিয়া হয় ৷

Draupadi Murmu visited Kamakhya : মা কামাখ্যাৰ আশীষ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে শুকুৰবাৰে পুৱা নিলাচল পাহাৰত থকা কামাখ্যা মন্দিৰ দশন কৰে ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে কামাখ্যা মন্দিৰত উপস্থিত হয়(Draupadi Murmu visited Kmakhya)৷

Jal Jeevan Mission Scheme: আমগুৰিত জল জীৱন মিছন আঁচনি ৰূপায়ণত বিসংগতিৰ অভিযোগ

প্ৰতিটো ঘৰত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী প্ৰকল্প হৈছে জল জীৱন মিছন (Central Government project Jal Jeevan Mission) । কিন্তু বহু ৰাজ্যৰ বিভিন্ন প্ৰান্তত জল জীৱন মিছন ৰূপায়ণত পোহৰলৈ আহিছে বিভিন্ন অনিয়ম তথা প্ৰহসনৰ ঘটনা । আমগুৰিৰ মাজগাঁৱত জল জীৱন মিছন আঁচনিৰ পাইপ ড্ৰিলিঙৰ পিছতে চপৰা-চপৰে খহিল পকী পথ (Scam on JJM in Jonai) ।

নামৰূপৰ থাৰ্মেলত হাতীৰ মৃতদেহ উদ্ধাৰ

ৰাজ্যত পুনৰ হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ নামৰূপৰ থাৰ্মেলৰ আৱাসিক এলেকাৰ ভিতৰৰ এটা জলাশয়ৰ ওচৰত বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে (Elephant body rescued at Namrup) ৷

5 killed by N Carolina shooter: আৰক্ষী বিষয়াকে ধৰি 5 গৰাকীক গুলীয়াই হত্যা

বৃহস্পতিবাৰে সন্ধিয়া নৰ্থ কেৰ্থৰোলিনাত আততায়ীয়ে আৰক্ষী বিষয়াসহ 5 গৰাকী লোকক গুলীয়াই হত্যা কৰে (5 killed by N Carolina shooter)৷

Morigaon District Day: বৰ্ণাঢ্য কাৰ্যসূচীত উজলিল মৰিগাঁৱৰ ঐতিহ্য আৰু পৰম্পৰা

মৰিগাঁও জিলা দিৱসত উদ্ভাসিত হ'ল ঐতিহ্য আৰু পৰম্পৰা । প্ৰদৰ্শিতৰ্শি হ'ল স্বকীয় কলা-কৃষ্টি । মৰিগাঁওগাঁ জিলা দিৱসত উখল-মাখল পৰি ৱেশ । উল্লেখ্য, ১৯৮৯ চনৰ ১৪ অক্টোবৰত মৰিগাঁও জিলাৰ আনুষ্ঠা নিক কাম-কাজৰ শুভাৰম্ভ হৈছিল (34th Morigaon District day observed)

GMCH suicide case : বিষাক্ত বেজী লৈ GMCH ত আত্মহত্যা কৰ্মচাৰীৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন (GMCH suicide case ) ৷ বৃহস্পতিবাৰে হাস্পতালখনৰ এজন কৰ্মচাৰীয়ে আত্মহত্যা কৰে ৷ নাম পাপু দাস ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.