ETV Bharat / state

Satyabrat Kalita fell ill suddenly: অগপৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ মাজতে অসুস্থ সত্যব্ৰত কলিতা

author img

By

Published : Oct 14, 2022, 1:13 PM IST

বৰপেটাত অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীৰ মাজতে অসুস্থ হৈ পৰে সত্যব্ৰত কলিতা (Foundation day of AGP)৷

Satyabrata Kalita fell ill during AGP foundation day programme
অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়তে অসুস্থ সত্যব্ৰত কলিতা

  • বৰপেটাত অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস (Foundation day of AGP)
  • অনুষ্ঠানত কাৰ্যসূচীৰ মাজতে অসুস্থ হৈ পৰে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা
  • মঞ্চতে অসুস্থ হৈ পৰে সত্যব্ৰত কলিতা
  • মন্ত্ৰী অতুল বৰাৰ এচকোৰ্ট বাহনেৰে বৰপেটা মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.