ETV Bharat / state

GMCH suicide case : বিষাক্ত বেজী লৈ GMCH ত আত্মহত্যা কৰ্মচাৰীৰ

author img

By

Published : Oct 13, 2022, 10:36 PM IST

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন (GMCH suicide case ) ৷ বৃহস্পতিবাৰে হাস্পতালখনৰ এজন কৰ্মচাৰীয়ে আত্মহত্যা কৰে ৷ নাম পাপু দাস ৷

GMCH suicide case
বিষাক্ত বেজী লৈ GMCH ত আত্মহত্যা কৰ্মচাৰীৰ

  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাঞ্চল্যকৰ ঘটনা
  • বৃহস্পতিবাৰে হাস্পতালখনৰ এজন কৰ্মচাৰীয়ে আত্মহত্যা কৰে (GMCH suicide case )
  • আত্মহত্যা কৰা যুৱকজনৰ নাম পাপু দাস
  • জানিব পৰা মতে, হাস্পতালখনৰ ICU ত টেকনিচিয়ান হিচাপে কৰ্মৰত পাপু দাসে বিষাক্ত ইনজেকশ্যন লৈ আত্মহনন কৰে (Employee commits suicide at GMCH due to a toxic injection)
  • কিছুদিন পূৰ্বে কামত যোগদান কৰা প‍াপু দাসৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মনোমালিন্য হৈছিল
  • ইয়াৰ পাচতে তেওঁ বিষাক্ত ইনজেকশ্যন গ্ৰহণ কৰি আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে (Youth Suicide by consuming toxic injections)
  • যুৱকজনৰ ঘৰ নলবাৰীৰ কমাৰকুছিত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.