5 বছৰত মাজে সময়ে উপ নিৰ্বাচন হৈয়েই থাকিব :মুখ্যমন্ত্রী

By

Published : Jan 15, 2022, 9:03 PM IST

thumbnail

বঢ়মপুৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta in Barhampur) ৷ নগাঁৱৰ বঢ়মপুৰত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বামুনীলৈ ১০ কোটি টকাৰে নিৰ্মাণ হ’ব লগীয়া দুই লেনযুক্ত পথটোৰ আধাৰশিলা স্থাপন কৰাৰ লগতে চকৰি গাঁৱৰ এখন দলং উদ্বোধন কৰে (CM Himanta inaugurates new bridge in Barhampur) । মুখ্যমন্ত্রীগৰাকীক গায়ন-বায়ন, ঢোল-দগৰৰ সৈতে আদৰে বঢ়মপুৰীয়া ৰাইজে ৷ এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে দিলে উপনিৰ্বাচনৰ ইংগিত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.