Bongaigaon Youth Joins KLO: পত্নী-সন্তানক ঘৰত থৈ সশস্ত্ৰ সংগঠনলৈ বঙাইগাঁৱৰ যুৱক

By

Published : May 9, 2022, 9:11 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

বঙাইগাঁও জিলাৰ বিদ্যাপুৰত কে এল অ'ত(Kamatapur Liberation Organisation) যোগদান যুৱকৰ ৷ সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক জোন কোচ ওৰফে জয়প্ৰকাশ বৰ্মনৰ কে এল অ'ত যোগদান ৷ এক ভিডিঅ’যোগে যুৱকজনে সদৰি কৰিছে এই তথ্য ৷ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত হল্লাগুৰীৰ যুৱকজনে পত্নীৰে সৈতে দুগৰাকী সন্তানক এৰি বিদ্ৰোহী সংগঠন কেএলঅ'ত যোগদান কৰা বুলি ভিডিঅ’যোগে জানিবলৈ দিয়ে (Youth of Bongaigaon joins KLO)৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.