Tribute to Junmoni Rabha: সন্মিলিত সাংবাদিক মঞ্চৰ উদ্যোগত দুলীয়াজানত জোনমণি ৰাভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

By

Published : May 21, 2023, 5:30 PM IST

thumbnail

ডিব্ৰুগড়, 21 মে’: আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী ৷ দুলীয়াজানত প্ৰয়াত মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুত দুলীয়াজান প্ৰেছ ক্লাৱ, সন্মিলিত সাংবাদিক মঞ্চ, কবি সন্মিলন, বিভিন্ন জনগোষ্ঠীয় দল-সংগঠন, শিক্ষক সমাজে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে (Tribute to Junmoni Rabha) ৷ 

লগতে প্ৰয়াত আৰক্ষী বিষয়া গৰাকীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনায় (Tribute to Junmoni Rabha at Duliajan) ৷ দুলীয়াজানৰ মিডিয়া চেন্টাৰত সন্মিলিত সাংবাদিক মঞ্চই আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে (Tribute to Junmoni Rabha By Journalists Forum)

লগতে পঢ়ক: Junmoni Rabha mysterious death: জখলাবন্ধাৰ দুৰ্ঘটনাস্থলীত জোনমণিৰ মাতৃৰ হিয়াভঙা কান্দোন 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.