Kaliabar tiger terror news: কলিয়াবৰত অব্যাহত আছে বনৰজাৰ যাত্ৰা

By

Published : Apr 26, 2023, 11:04 PM IST

thumbnail

কলিয়াবৰ, 26 এপ্ৰিল: পথৰ মাজৰে বনৰজাৰ যাত্ৰা ৷ কলিয়াবৰৰ শিলঘাট-কামাখ্যা দেৱালয় সংযোগী-কামাখ্যা গাঁও গড়কাপ্তানি পথত ভৰ দুপৰীয়া বিচৰণ ঢেকীয়াপতীয়া বাঘৰ (Tiger free roaming at Kaliabar) ৷ বিগত প্ৰায় চাৰিমাহ ধৰি এনেদৰেই বিচৰণ কৰি আছে প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৱে (Kaliabar tiger terror news)৷ পথৰ নিচেই কাষতে বাঘটো দেখি শ্ৰমিকৰ মাজত লাগিল হৈ-চৈ (Royal Bengal tiger at Shilghat)৷ 

লগতে পঢ়ক: Women cricket training camp: হাতত বেট বল লৈ ক্ৰিকেট প্ৰশিক্ষণৰ বাবে আহিছে নলবাৰীৰ এজাক তৰুণী

বাগিচাত কাম কৰি থাকোতে হঠাৎ পথত বাঘ দেখি আতংকিত হৈ পৰিছে চাহ শ্ৰমিকসকল ৷ ইয়াৰ পিচতে লোকসকলৰ সুৰক্ষাৰ হকে চিন্তা কৰি বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈ কলিয়াবৰ মহকুমা প্ৰশাসনে অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰিছে (Section 144 Imposed at Kaliabor Tea Estate)৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.