ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল- কি কয় ৰাশিচক্ৰই - Daily Horoscope For 21st May

author img

By ETV Bharat Features Team

Published : May 21, 2024, 12:55 AM IST

Daily Horoscope For 21st May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 21st May 2024
আজিৰ দিনটোৰ ৰাশিফল- কি কয় ৰাশিচক্ৰই (SOURCE: ETV BHARAT ASSAM)

মেষ ৰাশি : দিনটো মানসিকভাৱে তজবজীয়া হৈ থাকিব ৷ সাংসাৰিক জীৱন আনন্দদায়ক ৷ ভ্ৰমণৰ যোগ ৷ জুতিলগা খাদ্য ভোজন কৰিব ৷ হেৰাই যোৱা কোনো বস্তু বিচাৰি পাব পাৰে ৷ নিজৰ চিন্তা আৰু প্ৰবৃত্তিক নিয়ন্ত্ৰণ কৰক ৷ বৈদেশিক বাণিজ্যৰ সৈতে যুক্ত লোকসকলে লাভবান হ’ব ৷

বৃষ ৰাশি : মানসিক স্বাস্থ্য উন্নত ৷ নিজৰ কামৰ নিখুঁত পৰিকল্পনা কৰক, আগুৱাই যাব পাৰিব ৷ অসমাপ্ত কামবোৰ সম্পন্ন হ’ব ৷ পিতৃ-মাতৃৰ পৰা সু-সংবাদ লাভ ৷ শাৰীৰিকভাৱে সুস্থ ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ নতুন কাম হাতত নল’ব ৷ স্বামী বা স্ত্ৰী আৰু সন্তানক লৈ চিন্তিত থাকিব ৷ পেটৰ সমস্যা হ’ব পাৰে ৷ ব্যয় পৰিমাণ বৃদ্ধি ৷

কৰ্কট ৰাশি : ভাবি-চিন্তি কাম কৰক ৷ শাৰীৰিক আৰু মানসিক শান্তি বৰ্তাই ৰখাটো কিছু জটিল হ’ব পাৰে ৷ হৃদৰোগ বা অন্যান্য কোনো ৰোগৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে হোৱা কাজিয়া বিবাদৰ ফলত আপুনি মনত দুখ পাব পাৰে ৷ অধিক ব্যয়ৰ যোগ ৷

সিংহ ৰাশি : সফলভাৱে নিজৰ কাম সম্পন্ন কৰিব পাৰিব ৷ প্ৰতিযোগীসকলক পৰাস্ত কৰিব পাৰিব ৷ আনন্দত থাকিব ৷ ভাই-ভনীৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰিয়জন আৰু বন্ধুৰ সৈতে সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যোৱাৰ যোগ ৷ নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ ৷

কন্যা ৰাশি : দিনটো শুভ ৷ নেতিবাচক চিন্তা এৰাই চলক ৷ বন্ধু আৰু প্ৰিয়জনক লগ পাব পাৰে ৷ সৰু-সুৰা ভ্ৰমণৰ যোগ ৷

তুলা ৰাশি : যি কোনো কামেই আত্মবিশ্বাসৰ জোৰত কৰি যাব পাৰিব ৷ আৰ্থিক দিশটোক উন্নত ৷ শাৰীৰিক আৰু মানসিক স্থিতি উন্নত ৷ সৃজনশীল ক্ৰিয়া কলাপত যুক্ত হোৱাৰ যোগ আছে ৷

বৃশ্চিক ৰাশি : খৰচৰ মাত্ৰা বৃদ্ধি ৷ মেডিকেল বিষয়ৰ অস্ত্ৰোপচাৰ কৰিব লগা হ’লে অলপ দিন ৰৈ দিয়ক ৷ পৰিয়াল বা প্ৰিয় সংগীৰ লগত ভুল বুজাবুজি হ’ব পাৰে ৷ সাৱধানে থাকক অন্যথা আপুনি বিপদত পৰিব পাৰে ৷ সামাজিকভাৱে অপদস্থ হ’বলগীয়া হ’ব পাৰে ৷

ধনু ৰাশি : কামৰ বোজা বাঢ়িব ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব ৷ বন্ধুৰ লগত খোজকঢ়া, পাহাৰ বগোৱা, দৌৰা আদি কামত অংশগ্ৰহণ কৰিব পাৰিব ৷ বিবাহপ্ৰাৰ্থীসকলৰ প্ৰেম বিবাহ হ’ব পাৰে ৷ ভাল খাদ্য গ্ৰহণ কৰিব ৷

মকৰ ৰাশি : দিনটোত কিছু কঠিন হ’ব ৷ জুই আৰু পানীৰ পৰা সাৱধানে থাকক ৷ পদোন্নতিৰ যোগ ৷ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হ’ব পাৰে ৷ ধনৰ ক্ষেত্ৰত আপুনি বিপদমুক্ত হ’ব আৰু সন্মান লাভ ৷ পাৰিবাৰিক পৰিৱেশ সুন্দৰ হ’ব ৷ সন্তানৰ পৰা সুখ লাভ কৰিব আৰু অভিভাৱকৰ ফালৰ পৰা চিন্তামুক্ত হ’ব ৷

কুম্ভ ৰাশি : এটা সুন্দৰ দিন ৷ স্বাস্থ্যৰ যতন লওক ৷ অন্যথা দুৰ্বল আৰু কম কাৰ্যক্ষম অনুভৱ কৰিব ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ সৰু সুৰা ভ্ৰমণত যাব পাৰে ৷

মীন ৰাশি: গণেশৰ কৃপাত দিনটো মধ্যমীয়া ৷ হাতত লোৱা কামত অলপ বেছি মনোযোগ দিয়ক ৷ নিজৰ কামখিনি নিজেই কৰিবলৈ চেষ্টা কৰক ৷ কাৰো ওপৰত বিশ্বাস নকৰিব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব ৷ কিন্তু ধনৰ ক্ষেত্ৰত ভাল দিন ৷ হঠাৎ নভবাকৈ ধনাগমণ হ’ব পাৰে ৷ অযথা খৰচৰ মাত্ৰা কম কৰক ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.