ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল- কি কয় ৰাশিচক্ৰই - Daily Horoscope For 22nd May

author img

By ETV Bharat Features Team

Published : May 22, 2024, 12:55 AM IST

Daily Horoscope For 22nd May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 22nd May 2024
আজিৰ দিনটোৰ ৰাশিফল- কি কয় ৰাশিচক্ৰই (SOURCE: ETV BHARAT ASSAM)

মেষ ৰাশি: ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব৷ যুগ্ম জীৱন সুখ সমৃদ্ধিৰে ভৰা হ’ব৷ পৰিয়ালৰ লগত সুখৰ মুহূৰ্ত বিশেষকৈ পত্নীৰ লগত কটোৱা সুন্দৰ সময়ে আপোনাক অধিক সবল কৰিব ৷ ধনৰ আগমন আৰু ভ্ৰমণৰ যোগ আছে ৷ ভ্ৰমণৰ বাবে উত্তম সময় যান বাহন কিনিবলৈ আগবাঢ়িব পাৰে ৷

বৃষ ৰাশি: গণেশৰ কৃপাত শৰীৰ আৰু মানসিক দিশৰ পৰা সুন্দৰ দিন ৷ ধনাগমন আৰু সফলতাই আপোনাৰ মনক উৎফুল্লিত কৰিব ৷ নতুন কামৰ পৰিকল্পনা কৰক সফল হ’ব ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ পাব পাৰে ৷

মিথুন ৰাশি: আজি আপোনলোকৰ বাবে বৰ ভাল দিন নহয় ৷ পেটৰ জ্বলা পোৰা আদিৰ ফলত ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ নতুন কাম আৰম্ভ কৰাৰ পৰা কিছুদিন বিৰত থাকক ৷ ব্যৱসায়ৰ ক্ষেত্ৰত পূৰ্বৰ পৰিকল্পনা মতে কাম কৰক ৷ অস্বাভাৱিক অৱস্থাত পৰিব পাৰে ৷ ভ্ৰমণৰ বাবে উত্তম সময় নহয়৷ স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক আৰু অধিক ঘনিষ্ট হ’ব ৷

কৰ্কট ৰাশি: আজিৰ দিনটোত আপুনি উদ্বীগ্ন অনুভৱ কৰিব ৷ আপুনি নিদ্ৰাহীনতাত ভুগিব পাৰে ৷ এই সকলোৰে পৰা পৰিত্ৰাণৰ বাবে কাজিয়া-পেচালৰ পৰা আঁতৰি থাকক আৰু পত্নী বা মহিলা সংগীৰ লগত তৰ্ক বিতৰ্কৰ পৰা আতৰি থাকক ৷ ধৈয ধৰক ৷

সিংহ ৰাশি: ভাল শৰীৰ আৰু ভাল পাৰিবাৰিক সময়ে আপোনাৰ দিনটো শুভ কৰিব৷ ভাগ্য উদয়ৰ দিন ,ভাতৃ-ভগ্নীৰ লগত আৰু প্ৰেয়সীৰ লগত সময় কটোৱাৰ বাবে উত্তম সময় ৷ ভালপোৱা ব্যক্তিৰ লগত ভ্ৰমণ শুভ হ’ব ৷ কলাৰ লগত জড়িত সকলৰ বাবে উত্তম সময় ৷ আপুনি আপোনাৰ সুপ্ত প্ৰতিভাক জাগ্ৰত কৰিব পাৰে ৷

কন্যা ৰাশি: পলমকৈ হ’লেও আপুনি কৰা কামৰ ফলাফল লাভ কৰিব ৷ আপুনি সফলতাৰ দিশত আগবাঢ়িব আৰু প্ৰিয় সংগীৰ লগত ভ্ৰমণৰ আনন্দ লাভ কৰিব পাৰিব ৷ হাতলৈ প্ৰচুৰ ধনৰ আগমন হ’ব ৷ সকলোৰে মাজত আপুনি জিলিকি উঠিব আৰু আজি আপোনাৰ মিঠা মাতে সকলোকে মোহিত কৰিব পাৰিব ৷ আগুৱাই যাওক , আমদানি ৰপ্তানি ব্যৱসায়ৰ লগত জড়িত লোকসকলে প্ৰচুৰ সফলতা অৰ্জন কৰিব পাৰিব ৷

তুলা ৰাশি: কলা আৰু সাহিত্যৰ লগত জড়িত সকলৰ বাবে সুন্দৰ দিন ৷ আপোনাৰ কামৰ বাবে আপুনি সকলোৰে প্ৰসংসাৰ পাত্ৰ হ’ব, যিয়ে আপোনাৰ বিশ্বাস বৃদ্ধি কৰিব ৷ নিজৰ বাবে বস্তু ক্ৰয় কৰিব পাৰে ৷ সুন্দৰ পোচাক বা অলংকাৰ ক্ৰয় কৰিব পাৰিব ৷ প্ৰেয়সীৰ লগত আবেলি সুন্দৰভাৱে কটাব পাৰে ৷

বৃশ্চিক ৰাশি: দিনটো শুভ৷ আনৰ বিষয়ত দখল নিদিয়াটোৱে মংগল আৰু সেয়েহে শান্ত থাকক ৷ প্ৰিয়জনৰ লগত তৰ্ক নকৰিব ইয়াৰ ফলত ভুল বুজাবুজিৰ উৎপত্তি হ’ব পাৰে আৰু কাজিয়াৰ সৃষ্টি হ’ব পাৰে ৷ গতিকে অলপ আনন্দ কৰক ৷ নিজকে শান্ত ৰাখক ৷

ধনু ৰাশি: আপোনাৰ বাবে এটা সৌভাগ্যশালী দিন ৷ ঘৰুৱা পৰিবেশ শান্ত থাকিব, বৈবাহিক জীৱন সুন্দৰ হ’ব ৷ কামৰ পৰা অলপ বিৰতি লৈ প্ৰিয় সংগী বা পৰিয়ালৰ লগত ভ্ৰমণলৈ যাব পাৰে ৷ ই আপোনাক আনন্দ দিব ৷ ধনৰ আগমন৷ খাদ্যৰসিকসকলে নিৰ্ভয়ে বিভিন্ন খাদ্যৰ সোৱাদ ল’ব পাৰে ৷

মকৰ ৰাশি: গ্ৰহৰ প্ৰভাৱত ধনৰ আগমণ ঘটিব৷ ব্যৱসায়ত লাভ ৷ প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব ৷ পানী আৰু জুইৰ পৰা আঁতৰত থাকক ৷ সন্তানৰ পঢ়া শুনাৰ ওপৰত চকু ৰাখক ৷ আপোনাৰ আশাবোৰ পূৰণ হ’ব ৷

কুম্ভ ৰাশি: আন দিনৰ দৰেই গতানুগতিক দিন ৷ আপুনি আজি বৰ সতেজ অনুভৱ কৰিব আৰু সৰু-সুৰা বিষ আৰু এলাহভাৱে আপোনাক অসুবিধাত পেলাব ৷ কিন্ত এই এলাহভাৱ খন্তেকীয়া ৷ আপোনাৰ বন্ধু আৰু ঘৰুৱা পৰিবেশে আপোনাক শান্ত আৰু মানসিকভাৱে সবল কৰি তুলিব ৷ কৰ্মক্ষেত্ৰত বচৰ হেঁচা আৰু কামৰ বোজাই আপোনাক চিন্তিত কৰিব পাৰে৷ ফুৰিবলৈ যাব পাৰে ৷ কোনো সুখবৰ লাভ কৰিব পাৰে ৷

মীন ৰাশি: দিনটো প্ৰাৰ্থনা আৰু ধ্যানেৰে আৰম্ভ কৰক ৷ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব৷ শৰীৰৰ বিশেষ যত্ন লওক ৷ মানুহৰ লগত সাৱধানে কথা পাতক, একে ধৰণে পৰিয়ালৰ লগটো সাৱধানে চলক ৷ হঠাৎ হোৱা ধনাগমনে আপোনাক আনন্দিত কৰি তুলিব ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.