নুমলীগড়ত অৰুণাচলী সুৰাসহ ট্ৰাক জব্দ - Arunachali Liquor Seized - EXCISE DEPARTMENT

🎬 Watch Now: Feature Video

thumbnail
চিমেন্টৰ তলত সুৰা (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 21, 2024 at 7:58 PM IST

1 Min Read
Choose ETV Bharat

গোলাঘাট, ২১ মে': এইবাৰ চিমেন্টৰ তলত সুৰা । বোকাখাতৰ নুমলীগড় তিনিআলিত আবকাৰী বিভাগে নাগালেণ্ডৰ পৰা অহা এখন ট্ৰাকখন জব্দ কৰে । NL 01 AE 5393 নম্বৰৰ ট্ৰাকখনে চিমেণ্টৰ তলত অতি কৌশলেৰে ইটানগৰৰ পৰা ডিমাপুৰলৈ কঢ়িয়াইছিল অৰুণাচলী সুৰা । পূৰ্বৰ পৰাই খাপপিটি থকা গোলাঘাট-বোকাখাতৰ আবকাৰীৰ দল এটাই চালকসহ জব্দ কৰে ট্ৰাকখন ।

নাগালেণ্ডৰ জনৈক ৰাজু নামৰ এটা কুখ্যাত সুৰা মাফিয়া এই কাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ট্ৰাকখনৰ চালক দিলীপ মাহাতোৱে । পিচত আবকাৰী বিভাগে ট্ৰাকখন জব্দ কৰি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ অনা হয় । উল্লেখযোগ্য যে বিভিন্ন সময়ত গোলাঘাট জিলাৰ ৩৭ আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অবৈধ অৰুণাচলী সুৰা সৰবৰাহ হৈ আহিছে । কিন্তু ৰহস্যজনক বিষয় এই যে কেনেকৈ কেইবাখনো জিলা অতিক্ৰম কৰে এই সুৰা সমূহ ?

লগতে পঢ়ক:Illegal Arunachali Liquor Seized: বিশ্বনাথত 8 লাখ টকাৰ অবৈধ অৰুণাচলী সুৰা জব্দ

Liquor Seized: ডিব্ৰুগড়ত জব্দ কৰা অৰুণাচলী সুৰা ভৰ্তি দুখন ট্ৰাকক লৈ ৰহস্য

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details