2 years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত যোৰহাটবাসী ৰাইজৰ মতামত

By

Published : May 10, 2023, 5:27 PM IST

thumbnail

যোৰহাট, 10 মে’: আজি সম্পূৰ্ণ হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুটা বছৰ ৷ বিভিন্ন কাৰ্যসূচীৰে অতি ব্যয়বহুলভাৱে আয়োজন কৰা হৈছে শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান (Two years of Himanta Biswa govt) ৷ এই দুবছৰীয়া বৰ্ষপূৰ্তিত চৰকাৰখনৰ সফলতা-বিফলতাক লৈ বিভিন্ন জনে প্ৰকাশ কৰিছে বিভিন্ন প্ৰতিক্ৰিয়া ৷  

যোৰহাট নগৰৰ একাংশ লোকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ সময়ত চৰকাৰখনে কৰাৰ কাম-কাজক লৈ মিশ্ৰিতভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ দুটা বছৰ ভিতৰত চৰকাৰখনে নিৱনুৱা সমস্যা সমাধান আৰু মিছন বসুন্ধৰা জৰিয়তে কৰা কাম কাজক ৰাইজে সন্তোষ প্ৰকাশ কৰে (Opinion on Himanta government) ৷  

ইয়াৰ বিপৰীতে চৰকাৰখনে ৰাইজক উচ্চ হাৰত কৰ, বিদ্যুত মাছুল বৃদ্ধি, অত্যাধিক হাৰত মূল্যবৃদ্ধি, হিতাধিকাৰীৰ সৃষ্টি, অনাহকহত ৰাইজৰ পুঁজি নষ্ট কৰা আদি বিষয়ক লৈ তীব্ৰ আপত্তি দশাইছে একাংশ ৰাইজে ৷ ইটিভি ভাৰতৰ আগত যোৰহাটবাসী ৰাইজে কি ক’লে চাওক এই প্ৰতিবেদনত (Himanta govt completed two years) ৷  

লগতে পঢ়ক: Lok Sabha election preparation of AGP : ২০২৪ৰ লোকসভাৰ বাবে অগপক লাগে চাৰিটা সমষ্টি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.