AJYCP protest at Sonari : সোণাৰিৰ ৰাজপথত জ্বলিল বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ প্ৰতিকৃতি

By

Published : Jul 31, 2022, 6:53 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

প্ৰতিবাদত উত্তাল হ’ল সোণাৰি ৷ আহোম জনগোষ্ঠীক অপমান কৰাৰ বিৰুদ্ধে আঙুৰলতা ডেকাক গ্ৰেপ্তাৰৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দেওবাৰে সোণাৰিৰ শিৱ মন্দিৰ তিনিআলিত সাব্যস্ত কৰে প্ৰতিবাদ (AJYCP protest at Sonari) ৷ আনকি এই প্ৰতিবাদস্থলীতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে দাহ কৰে বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ প্ৰতিকৃতিও (Angurlata Deka effigy burnt at Sonari) । উল্লেখ্য যে বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই আহোম জাতিক অপমান কৰাৰ এক অভিযোগ উত্তাপিত হৈছিল ৷ এই অভিযোগৰ ভিত্তিতেই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে দেওবাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.