ETV Bharat / state

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 23, 2021, 3:01 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি
তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

জালুকবাৰী সমষ্টিৰ প্ৰয়াত সমাজকৰ্মী সকলৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় নিজ সমষ্টি জালুকবাৰী সমষ্টিত(CM himanta biswa sarma visit jalukbari) | সমষ্টিটোৰ স্বৰ্গীয় সমাজকৰ্মী(Late Social Workers) সকলৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে |

Bear attack : বাঘৰ পিছত কোকৰাঝাৰত ভালুকৰ আতংক

কোকৰাঝাৰত ভালুকৰ আতংক ৷ ভালুকৰ আক্ৰমণ(bear attack in kokrajhar)ত আহত হৈছে প্ৰায় ছজন লোক ৷

অৰ্ধ নগ্ন পোছাকেৰে ৰাস নাচি সংস্কৃতি ৰক্ষাৰ চেষ্টা মৰিগাঁৱৰ যুৱকৰ

মৰিগাঁৱৰ বৰঙাবাৰী ৰাস মহোৎসৱ(Barangabari Raas Mahotsav)ত মানুহৰূপী জীৱৰ উন্মাদ নৃত্য ৷ সংস্কৃতি ৰক্ষা কৰাৰ নামত গুৰুজনাৰ অমৰ সৃষ্টিক চৰম অপমান ৷ এই দৃশ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়া(Morigaon Raas Video Goes Viral)ত

Rakesh Tikait allegation:"BJP আৰু AIMIM খুড়াক-ভতিজাকৰ দল" !

অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ সভাপতি আচাদুদ্দিন ওৱেচি সন্দৰ্ভত বিশেষ মন্তব্য কৃষক নেতা ৰাকেশ টিকাইটৰ । বিজেপি দল আৰু আচাদুদ্দিন ওৱেচিৰ দল এআইএমআইএমক খুড়া-ভতিজা আখ্যা টিকাইটৰ ।


Covid 19 update in India : দেশত নতুনকৈ আক্ৰান্ত ৭,৫৭৯ গৰাকী

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি (covid information from central health and family walefair ministry), সোমবাৰে দেশত নতুনকৈ ৭,৫৭৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । এটা দিনতে ভাৰতত ৭১,৯২,১৫৪ গৰাকী লোকে গ্ৰহণ কৰিছে ক'ভিড প্ৰতিষেধকৰ পালি ।

89 বছৰত ভৰি দিলে সাহিত্যিক ইমৰাণ শ্বাহে

আজি অসমীয়া সাহিত্যৰ অন্যতম মাইলৰ খুঁটি ইমৰাণ শ্বাহৰ জন্মদিন ৷ 1933 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা শ্বাহে ভৰি দিলে 89 বছৰত ৷ ইটিভি ভাৰতৰ তৰফৰ পৰা শ্বাহলৈ যাচিলোঁ জন্মদিনৰ আন্তৰিক শুভেচ্ছা ৷

Congress Mega Rally : কৃষকৰ সমস্যা-মূল্যবৃদ্ধিক লৈ পুনৰ কংগ্ৰেছৰ সমদল

কৃষি আইন বাতিলৰ ঘোষণা কৰাৰ পাছতো সন্তুষ্ট হোৱা নাই বিৰোধী কংগ্ৰেছ দল । কংগ্ৰেছৰ প্ৰতিবাদত পুনৰ উত্তাল হ'ব দেশৰ ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ । কৃষকৰ সমস্যাৰ লগতে মূল্যবৃদ্ধি বিষয়টোও স্থান পাব কংগ্ৰেছৰ প্ৰতিবাদী সমদলত ।


Hyderabad cylinder explosion : বিস্ফোৰণত আহত 11 জনকৈ লোক

হায়দৰাবাদৰ নানকৰ্মাগুড়াত চিলিণ্ডাৰ বিস্ফোৰণ (Hyderabad cylinder explosion) ৷ ঘটনাত আহত 11 জনকৈ লোক ৷

Happy Birthday Naga Chaitanya : অভিনেতাগৰাকীৰ পাঁচখন শ্ৰেষ্ঠ ছবি

আজি টলীউডৰ জনপ্ৰিয় অভিনেতা নাগা চৈতন্য(Naga Chaitanya)ৰ জন্মদিন ৷ জন্মদিনৰ পূৰ্বে সোমবাৰে পিতৃ নাগাৰ্জুন আৰু নাগাৰ আহিবলগীয়া ছবি Bangarraju ৰ পৰা নাগা চৈতন্যৰ চৰিত্ৰটোৰ সংক্ষিপ্ত প্ৰচাৰ হয় । চলচ্চিত্ৰখনৰ জৰিয়তে পাঁচ বছৰৰ ব্যৱধানৰ অন্তত ৰূপালী পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব পিতৃ-পুত্ৰৰ যুঁটিটোক ৷

Ramayan Express controversy : ৱেইটাৰৰ গেৰুৱা পোছাকৰ বিৰোধিতা সাধু সমাজৰ

শেহতীয়াকৈ বিশেষ ৰে’ল ‘ৰামায়ণ এক্সপ্ৰেছ’ সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত (Ramayan Express controversy) ৷ ৰে’লখনত খাদ্যবস্তুৰ যোগান ধৰা ৱেইটাৰসকলৰ গেৰুৱা পোছাকৰ বিৰোধিতা দেশৰ সাধু সমাজৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.