অসম

assam

গড়চুকত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

By

Published : Dec 4, 2019, 11:12 AM IST

আৰক্ষীয়ে দুয়ো গৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা AS-01BN-4760 নম্বৰৰ এখন দুচকীয়া বাহন জব্দ কৰাৰ লগতে ১৬ টা হেৰ'ইন ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে। দীৰ্ঘদিন দৰি গৰৈমাৰীৰ আমিনুল ইছলাম আৰু বেহাৰবাৰীৰ ৰাহুল বড়োৱে চলাই আছিল এই বেহা

গড়চুক
গড়চুকত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

গুৱাহাটী, 4 ডিচেম্বৰঃমহানগৰীৰ অলিয়ে-গলিয়ে উপলব্ধ সুলভ নিষিদ্ধ ড্ৰাগছ । মঙলবাৰে নিশা গড়চুক আৰক্ষীয়ে গড়চুক চাৰিআলিৰ সমীপত চলাই ড্ৰাগছ বিৰোধী অভিযান। অভিযানত গ্ৰেপ্তাৰ হয় দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে দুয়ো গৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা AS-01BS-4760 নম্বৰৰ এখন দুচকীয়া বাহন জব্দ কৰা লগতে ১৬ টা হেৰ'ইন ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কেৰ। দীৰ্ঘদিন দৰি গৰৈমাৰীৰ আমিনুল ইছলাম আৰু বেহাৰবাৰীৰ ৰাহুল বড়োৱে চলাই আছিল এই বেহা। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি,আটাকাধীন আমিনুলে পুৰ্বেও ডকাইতি কাণ্ডত জড়িত হৈ জেল হাজোতলৈ গৈছিল। বিগত সপ্তাহত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা আন এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটি নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

গড়চুকত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী
Intro:গুৱাহাটী মহানগৰীত এতিয়া অলিয়ে গলিয়ে সুলভ নিষিদ্ধ ড্ৰাগছ। নিশা গড়চুক আৰক্ষীয়ে গড়চুক চাৰিআলিৰ সমীপত চলাই এক ড্ৰাগছ বিৰোধী অভিযান। অভিযানত গ্ৰেপ্তাৰ হয় দুইকৈ ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে দুয়োৰে পৰা As01Bn4760 নম্বৰৰ এখন activa বাহনৰ লগতে জব্দ কৰে ১৬টা হেৰোইন ভৰ্তি কন্টেইনাৰ। গৰৈমাৰীৰ আমিনুল ইছলাম আৰু বেহাৰবাৰীৰ ৰাহুল বড়োই চলাই আছিল এই বেহা। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি আমিনুলে পুৰ্বেও ডকাইতি কাণ্ডত জড়িত হৈ জেল হাজোতলৈ গৈছিল। বিগত সপ্তাহত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা আন এজন পেদলাৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। সম্প্ৰতি ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Body:Hirul Haque Conclusion:Guwahati

ABOUT THE AUTHOR

...view details