ETV Bharat / bharat

নতুন দিল্লীত মুখ্যমন্ত্ৰী সোণোৱালক ক'লা পতাকা প্ৰদৰ্শন

author img

By

Published : Dec 4, 2019, 12:22 AM IST

Updated : Dec 4, 2019, 10:27 AM IST

ক'লা পতাকাৰ সন্মুখীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কেব বাতিলৰ দাবীৰে দুজনীয়া যুৱকৰ দলে মুখ্যমন্ত্ৰীক উদ্দেশ্যি দিল্লীত প্ৰদৰ্শন কৰিলে ক'লা পতাকা ৷

Assam CM was welcomed with Black flag at New Delhi
নতুন দিল্লীত মুখ্যমন্ত্ৰী সোণোৱালক ক'লা পতাকা প্ৰদৰ্শন

নেছনেল ডেস্ক,3 নৱেম্বৰঃ নতুন দিল্লীত মংগলবাৰে ক'লা পতাকাৰ মুখামুখী হ'বলগীয়া হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দিল্লীৰ আছাম হাউচৰ সমীপত বিয়লি দুজনীয়া যুৱকৰ দলে মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি ক'লা পতাকা প্ৰদৰ্শন কৰে ৷উক্ত ঘটনাটো কেব সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হোৱাৰ পূৰ্বে সংঘটিত হয় ৷শেহতীয়াকৈ ঘটনাটো সংঘটিত হোৱাৰ পাছত অসম ভৱনৰ সুৰক্ষা বৃদ্ধি কৰা হৈছে ৷

নতুন দিল্লীত মুখ্যমন্ত্ৰী সোণোৱালক ক'লা পতাকা প্ৰদৰ্শন

ইফালে, ক'লা প্ৰদৰ্শন কৰা যুৱক দুজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য-কৰ্মী বুলি এক বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে ৷

Intro:Body:

[03/12 8:25 pm] +91 98992 60153: Assam CM was welcomed with Black flag.

[03/12 8:25 pm] +91 98992 60153: After which security in front of the Assam House has been tightened

[03/12 8:28 pm] +91 98992 60153: The incident took place when Home Minister Amit Shah just arrived to chair a meeting on Citizenhip Amendment Bill (CAB).

[03/12 8:32 pm] +91 98992 60153: Anything unusual may happen in cases related to Assam and Northeast...and that is why I always try give coverage

[03/12 8:32 pm] +91 98992 60153: M trying to send the visual through Mojo as well

[03/12 8:34 pm] +91 98992 60153: Requesting you to use the above black flag visual if necessary

[03/12 8:35 pm] +91 98992 60153: If needed, you can please take live

[03/12 8:50 pm] +91 98992 60153: The incident took place suddenly and and for mojo it takes time

[03/12 8:50 pm] +91 98992 60153: I always try to file and send (visuals) everything through Mojo

[03/12 8:51 pm] +91 98992 60153: But in cases like this, I request you to take visuals from here

[03/12 8:52 pm] +91 98992 60153: Sending some visuasl through Mojo as well


Conclusion:
Last Updated :Dec 4, 2019, 10:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.