ETV Bharat / snippets

5 হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে লাট মণ্ডলে

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 7:30 AM IST

Lat Mandal caught with taking bribe of Rs 5,000  in Barpeta
5 হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে লাট মণ্ডলে (ETV BHARAT ASSAM)

বৰপেটা, 29 মে’ : দৰমহাৰ টকাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়াৰ ৷ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পিচতো পুনৰ উৎকোচ লৈ হাত দাঙিলে এগৰাকী চৰকাৰী বিষয়াই ৷ এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাত দাঙিলে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ এগৰাকী লাট মণ্ডলে । লাট মণ্ডলগৰাকীৰ নাম লৱকান্ত নাথ বুলি জানিবলৈ পৰা গৈছে ৷ সৰুক্ষেত্ৰী মৌজাৰ 3 নং লাটৰ মণ্ডল আছিল লৱকান্ত নাথ । লাট মণ্ডলগৰাকীয়ে বিশ বছৰ পূৰ্বে ক্ৰয় কৰা মাটি নামজাৰীৰ বাবে বিচাৰিছিল এক লাখ টকা । মঙলবাৰে ইয়াৰে 5 হাজাৰ টকা লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ লোকে আটক কৰে লৱকান্ত নাথক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.