অসম-মেঘালয় সীমান্তৰ কালোঘাটত বনৰীয়া হাতীৰ তাণ্ডৱ

By

Published : May 13, 2022, 9:12 PM IST

thumbnail

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাতৰ ঘটনা (Man elephant conflict in Assam) ৷ বিভিন্ন সময়ত বনৰীয়া হাতীৰ আক্ৰমণত বাসস্থান আনকি জীৱন পৰ্যন্ত হেৰুৱাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলে ৷ শেহতীয়াকৈ বৃহস্পতিবাৰে মানকাচৰৰ অসম মেঘালয় সীমান্তৰ কালোঘাটত 20-25 জনীয়া হাতীৰ দল এটাই সমবায় সমিতিৰ গুদাম ঘৰত তাণ্ডৱ চলায় (Wild elephant persecution in Assam Meghalaya border) ৷ জানিব পৰা মতে সমগ্ৰ অঞ্চলটোত ৰাইজে হাতীৰ তাণ্ডৱৰ ফলত প্ৰায়ে উজাগৰে নিশা কটাব লগীয়া হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.