Rhino Horn Rescue: খৰ্গসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

By

Published : Jun 3, 2022, 10:40 PM IST

thumbnail

ৰাজ্যত চোৰাং চিকাৰীৰ বিৰুদ্ধে পূৰ্বতকৈয়ো কঠোৰ হৈছে বন বিভাগ । সমান্তৰালকৈ অসম আৰক্ষীয়েও চোৰাং চিকাৰীৰ বিৰুদ্ধে ঘোষণা কৰিছে পুৰস্কাৰ (Reward announced against poachers) । ইয়াৰ মাজতে এটা বিশেষ তদন্তকাৰী দলে দলগাঁও আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই ২.১২ কিলোগ্ৰাম ওজনৰ গঁড়ৰ খৰ্গসহ আটক কৰে দুটাকৈ সৰবৰাহকাৰীক(Two suppliers arrested along with rhinoceros) । আটকাধীন দুই সৰবৰাহকাৰী ৰজাপুখুৰীৰ হবিবুৰ ৰহমান আৰু ঢেকিয়াজুলিৰ চিতলমাৰী জহৰ আলী বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, খৰ্গটো বিক্ৰীৰ পৰিকল্পনা কৰি থকাৰ সময়তে আৰক্ষী আৰু বিশেষ তদন্তকাৰী দলে(Special Investigation Team) দুয়োটাকে আটক কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.