উপায়ুক্তৰ সন্মিলনত কি কি হ’ল : বিৱৰণ দিলে মুখ্যমন্ত্ৰীয়ে

By

Published : Jun 14, 2022, 10:21 AM IST

Updated : Jun 14, 2022, 11:01 AM IST

thumbnail

তেজপুৰ সন্মিলন কেন্দ্ৰত দুদিনীয়াকৈ অনুষ্ঠিত উপায়ুক্ত সকলৰ সন্মিলনৰ সামৰণিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল(Pressmeet of CM Himanta Biswa Sarma) । সংবাদমেলযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী উপায়ুক্ত সন্মিলন আগন্তুক ৬ মাহৰ পিচত তিনিচুকীয়াত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে(CM Sarma at DC Conference hall in Tezpur) ৷ উল্লেখ্য যে, উপায়ুক্তসকলৰ সৈতে হোৱা এই সন্মিলনত চৰকাৰে জিলাসমূহত ধানৰ মিলৰ গণনা আৰু নতুনকৈ ধানৰ মিল স্থাপন কৰাৰ উদ্দেশ্যে জিলাসমূহত ধান ক্ৰয় কৰা বিষয় সন্দৰ্ভত আলোচনা কৰে ৷ আনহাতে, চৰকাৰী ভূমি হস্তান্তৰৰ বিষয়ৰ ওপৰতো চৰকাৰে আলোচনা কৰে ৷

Last Updated : Jun 14, 2022, 11:01 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.