মন্ত্রী হিমন্ত বিশ্বক কমলাক্ষ দে পুৰকায়স্থৰ এয়া কিহৰ চেলেঞ্জ ?

By

Published : Mar 22, 2021, 3:37 PM IST

thumbnail

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ এই সময়তে ৰাজ্যত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ সোমবাৰে উত্তৰ কৰিমগঞ্জ জিলাত অনুষ্ঠিত হোৱা এখন বিশাল নিৰ্বাচনী জনসভাত উপস্থিত হয় কমলাক্ষ দে পুৰকায়স্থই ৷ পুৰকায়স্থই নির্বাচনীয় জনসভাত প্রভাৱশালী মন্ত্রী ড0 হিমন্ত বিশ্ব শর্মাক চেলেঞ্জ কৰে ৷ কোনোপধ্যেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কমলাক্ষ দে পুৰকায়স্থক হৰুৱাব নোৱাৰে বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.