যোৰাবাট আৰক্ষীৰ জালত পেট্ৰ’লৰ চোৰাং সৰবৰাহকাৰী

By

Published : Aug 27, 2022, 7:05 AM IST

thumbnail

ৰাজ্যত অব্যাহত আছে পেট্ৰ’লৰ চোৰাং বেহা ৷ এইবাৰ আৰক্ষীৰ জালত পৰিল পেট্ৰ'লৰ চোৰাং সৰবৰাহকাৰী (Jorabat police arrest petrol smugglers) ৷ যোৰাবাট আৰক্ষীয়ে ১৪ মাইলত জব্দ কৰিলে অবৈধ ভাৱে পেট্ৰ'ল সৰবৰাহ কৰা এখন বাহন (Police seized vehicle loaded petrol) ৷ বাহনখনৰ নম্বৰ AS01LC 4276 ৷ মেঘালয়ৰ বৰ্ণিহাটৰ পৰা চোৰাং ভাৱে সৰৰবৰাহ কৰিছিল ৮ ড্ৰামকৈ পেট্ৰ'ল । আটকাধীন সৰবৰাহকাৰীটো মৰিগাঁৱৰ বুৰাবুৰীৰ ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, মেঘালয়ৰ ২০ মাইলৰ পাহাৰীয়া অঞ্চলত তেল চুৰি চক্ৰই তেল পৰিবাহী টেংকাৰৰ পৰা দীৰ্ঘদিন ধৰি এনেদৰেই তেল চুৰি কৰি চলাই আহিছে পেট্ৰ’ল-ডিজেলৰ অবৈধ বেহা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.