অমৃত মহোৎসৱৰ এই প্ৰচেষ্টা আদৰণীয়

By

Published : Aug 13, 2022, 12:19 PM IST

thumbnail

৭৫ সংখ্যক স্বাধীনতা দিৱস(75th Years of Independence) উপলক্ষে প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘৰে ঘৰে জাতীয় পতাকা(Har Ghar Tiranga) শীৰ্ষক কাৰ্যসূচীৰ আহ্বান জনাইছে । প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি যথেষ্ট সহাৰি দেখুৱাইছে দেশৰ জনতাই । স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজন কৰা এই কাৰ্যসূচী সম্পৰ্কে বিশিষ্ট সমাজকৰ্মী গুৱাহাটীপ্ৰাণ ধীৰেণ বৰুৱাই কয় যে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচী চৰকাৰে কি উদ্দেশ্যে কৰিছে তাক কব নোৱাৰিম । কিন্তু এই প্ৰচেষ্টা প্ৰসংশনীয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.