Rhino Dead Body Rescued: কলিয়াভোমোৰা দলঙৰ তলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

By

Published : Aug 7, 2022, 10:37 PM IST

thumbnail

কলিয়াভোমোৰা দলঙৰ তলত দেওবাৰে উদ্ধাৰ কৰা হয় এটা গঁড়ৰ মৃতদেহ (Dead body of Rhino found in Kaziranga) । ব্ৰহ্মপুত্ৰত উটি অহা অৱস্থাত উদ্ধাৰ হয় গঁড়ৰ মৃতদেহটো । বন বিভাগে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ (Rhino horn rescued by forest department) । প্ৰাপ্তবয়স্ক গঁড়টোৰ স্বাভাৱিক মৃত্যু হোৱাৰ সন্দেহ বন বিষয়াৰ । কলিয়াবৰৰ শিলঘাটৰ দিশৰ পৰা গঁড়টো সাঁতুৰি অহা প্ৰত্যক্ষ কৰিছিল একাংশ লোকে । বাৰ্ধক্যজনিত কাৰণত পানীতে গঁড়টোৰ মৃত্যু ঘটাৰ সন্দেহ । কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলিকৰ বনকৰ্মীয়ে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.