জালুকবাৰীৰ ভিন্ন পূজা মণ্ডপত মাৰ আশীষ ল’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

By

Published : Oct 4, 2022, 4:25 PM IST

thumbnail

আজি মহা নৱমী (Maha Navami 2022) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত বৈদিক নীতি নিয়ম অনুযায়ী কৰা হৈছে মা দুৰ্গাৰ আৰাধনা (Durga Puja in Assam) ৷ মঙলবাৰে মহা নৱমীৰ দিনা দিনজোৰা কাৰ্যসূচীৰে জালুকবাৰী সমষ্টিত আয়োজিত দুৰ্গা পূজাসমূহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visited at North Guwahati Puja mandap)। জালুকবাৰী সমষ্টিৰ অভয়পুৰ দুৰ্গা পূজা, মধ্যমখণ্ড বাৰোৱাৰী দুৰ্গা পূজা, ৰংমহল দুৰ্গা পূজা, মান্দকতা দুৰ্গা পূজা, বেজাৰা দুৰ্গা পূজা, আগডলা দুৰ্গা পূজা, চাংছাৰী দুৰ্গা পূজাকে ধৰি কেবাখনো পূজা মণ্ডপত গৈ দেৱীৰ শ্ৰীচৰণত আশীষ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.