ৰাধা গোবিন্দ বৰুৱাৰ জন্মদিন উপলক্ষে ক্ৰীড়া দিৱস উদযাপন

By

Published : Oct 17, 2021, 10:50 AM IST

thumbnail

The Assam Tribune ৰ প্ৰতিষ্ঠাপক তথা ক্ৰীড়া সংগঠক ৰাধা গোবিন্দ বৰুৱা(Radha Govinda Baruah)ৰ 121 সংখ্যক জন্মদিন উপলক্ষে টিংখাঙত ক্ৰীড়া দিৱস (Sports Day) উদযাপন ৷ ভাৰতীয় জনতা পাৰ্টী(BJP)ৰ টিংখাং মণ্ডল সমিতিৰ উদ্যোগত উদযাপন কৰা ক্ৰীড়া দিৱসত উপলক্ষে এখনি প্ৰাইজমানি মাৰাথন প্ৰতিযোগিতা(Marathon Competition) অনুষ্ঠিত কৰা হয় । ৰাজগড় শ্বহীদ বেদীৰ পৰা টিংখাঙৰ গান্ধী ময়দানলৈ 12 কিল’মিটাৰ দৈৰ্ঘৰ মাৰাথন প্ৰতিযোগিতাখনিত অঞ্চলটোৰ দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । চাওক সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত ক্ৰীড়া দিৱস সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.