বিজয় নিশ্চিত হোৱাৰ পাছত পোনাকণ বৰুৱাৰ প্ৰতিক্ৰিয়া

By

Published : May 2, 2021, 7:27 PM IST

thumbnail

চাবুৱাত জয় নিশ্চিত হোৱাৰ পিছত মিত্ৰজোঁট বিজেপিৰ এগৰাকী নেতৃয়ে দলত্যাগ কৰি নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াই প্ৰত্যাহ্বান সৃষ্টি কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ । জিলা পৰিষদৰ সদস্যা প্ৰিয়ংকা নেওগৰ প্ৰসংগ উল্লেখ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পোনাকণ বৰুৱাই । জয় নিশ্চিত হোৱাত দলীয় কৰ্মী, পঞ্চায়ত কৰ্মী তথা ৰাইজক ধন্যবাদ প্ৰদান কৰে চাবুৱাৰ অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.