অস্ত্ৰ দেখুৱাই ভয়-ভাবুকিৰে নগা দুৰ্বৃত্তই লৈ গ'ল গোহালিৰ গৰু

By

Published : Oct 5, 2021, 6:54 PM IST

thumbnail

চৰাইদেউ জিলাৰ সোণাৰিত নগাৰ দৌৰাত্ম্য । সোণাৰিৰ নগানদী বনগাঁৱৰ পৰা অস্ত্ৰ দেখুৱাই সোমবাৰে নগা দুৰ্বৃত্তই কাঢ়ি নিলে তিনিটাকৈ গৰু । মাজনিশা হাতত মাৰণাস্ত্ৰ লৈ আহিছিল পাঁচ জনীয়া নগা দুৰ্বৃত্ত । বৰ্তমান সোণাৰি আৰক্ষীৰ এটা দলে পৰিস্থিতিৰ বুজ লৈ তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, বিগত বছৰতো নগা দুৰ্বৃত্তই গাঁওবাসীক ভাবুকি প্ৰদানেৰে কাঢ়ি নিছিল কেইবাটাও পশুধন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.