Road accident at Mangaldoi : মঙলদৈত মাটি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত নিহত দুই যুৱক

By

Published : Jan 6, 2023, 10:48 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

মঙলদৈত অঘটন ৷ শুকুৰবাৰে বিয়লি মঙলদৈ প্ৰফুল্ল নগৰত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road accident at Mangaldoi) । মাটি কঢ়িওৱা ডাম্পাৰ আৰু এখন বাইকৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত হয় দুজন যুৱক (two men died in a road accident at Mangaldoi) । নিহত যুৱকদ্বয় ক্ৰমে পংকজ দাস আৰু মৃদুল দাসে মঙলদৈ চহৰৰ পৰা মোৱামাৰী গাঁৱলৈ গৈ আছিল বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰ আৰু বাইকখনৰ নম্বৰ ক্ৰমে AS13C 8379 আৰু AS01 AD9180 ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.