Asom Divas 2022 : গোলাঘাটত চুকাফা দিৱস উদযাপন

By

Published : Dec 2, 2022, 4:56 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

আজি চুকাফা দিৱস (Sukapha Divas celebrated in Assam) । আজিৰ দিনটোতেই আহোম স্বৰ্গদেউ চাওলুং চুকাফাই (Sao Lung Sukapha) পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল । সেয়েহে আহোমসকলে এই দিনটোত স্বৰ্গদেউ চুকাফাক স্মৰণ কৰি আহিছে । গোলাঘাটৰ বিভিন্ন দল-সংগঠনৰ লগতে আজি টাই আহোম যুৱ পৰিষদ, অসমৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে গোলাঘাটৰ চুকাফা ক্ষেত্ৰতো চাওলুং চুকাফাক স্মৰণ কৰা হয় (Sukapha Divas celebrated in Golaghat) । চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.