Jorhat massive fire: 19 ঘন্টাৰ পাছতো নিৰ্বাপিত হোৱা নাই জুই

By

Published : Dec 22, 2022, 6:12 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

যোৰহাটৰ মাৰোৱাৰীপট্টিত বুধবাৰে নিশা সংঘটিত ভয়াবহ জুই এই পৰ্যন্ত নুমুৱা নাই (Massive fire in Jorhat town) ৷ কাষৰীয়া জিলা লগতে অন্যান্য কেন্দ্ৰীয় চৰকাৰ প্ৰতিষ্ঠানৰ প্ৰায় শতাধিক অগ্নিনিৰ্বাপক বাহিনী গাড়ীৰে জুই নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে এই পৰ্যন্ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অগ্নিনিৰ্বাপক বাহিনী(Devastating fire in Jorhat) । জানিব পৰা মতে, এই পৰ্যন্ত প্ৰায় ৩০খন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৪টা বাসগৃহ জাহ গৈছে । এক্সকেভেটৰৰ সহায়ত ভাঙি পেলোৱা হৈছে বিশাল অট্ৰালিকাটো । আনহাতে জুই নিৰ্বাপিত কৰিবলৈ গুৱাহাটী পৰা এটা বিশেষজ্ঞৰ দল যোৰহাটলৈ ৰাওনা হৈছে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.