youth arrested with weapon: মেৰাপানী সীমান্তত পিষ্টলসহ নগা যুৱক আটক

By

Published : Dec 24, 2022, 10:54 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত পিষ্টলসহ নগা যুৱক আটক(Naga youth arrested with pistol) । মেৰাপানীস্থিত 142 নং CRPF আৰু মেৰাপানী আৰক্ষীয়ে অভিযান চলাই আটক কৰে নাগালেণ্ডৰ ওখা জিলাৰ বাক্টিৰ য়ানপেম' ল'থাক । ধৃত নগা লোকজনৰ পৰা জব্দ এটা .22 পিষ্টল আৰু ৭ জাঁই সক্ৰীয় গুলীৰ ৷ লগতে জব্দ দুটাকৈ ম'বাইল ফোন ৷ যুৱকজনক সোধাপোচা কৰাৰ অন্তত নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষীক গতাই দিয়ে CRPFএ ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.