টেট শিক্ষকসকলৰ এই প্ৰতিবাদ অনাকাংক্ষিত : শিক্ষামন্ত্ৰী

By

Published : Mar 24, 2022, 8:51 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

বৃহস্পতিবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মূখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে(Teachers Protest in Guwahati) । ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদত কঁপি উঠিল কাহিলীপাৰাস্থিত সৰ্বশিক্ষাৰ কাৰ্যালয় (TET teachers protest at Kahilipara) । এই সন্দৰ্ভত তাৎক্ষনিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ক'লে এনেদৰে(Assam Education Minister's reaction on TET teachers protest) ৷

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.