নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হ’ল আনন্দ মিশ্ৰ

By

Published : Feb 10, 2022, 12:36 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

thumbnail

বহু বিতৰ্কৰ অন্তত অৱশেষত নগাঁৱৰ পৰা বিদায় ল’লে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই(ASP Anand Mishra) । নগাঁৱৰ কীৰ্তিকমল বৰা এনকাউণ্টাৰক(Kirtikamal Bora Encounter case) লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বুধবাৰে সন্ধিয়া বদলিৰ নিৰ্দেশ জাৰি কৰা হৈছিল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ । এই নিৰ্দেশনাৰ পিছতেই বৃহস্পতিবাৰে পুৱা নগাঁৱৰ পৰা বিদায় লয় আনন্দ মিশ্ৰই । মঙলবাৰে ৰাজহুৱা কৰা কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদনৰ পিছতেই বুধবাৰে সংবাদ মাধ্যমত বহুকেইটা বিস্ফোৰক মন্তব্য কৰিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই(Nagaon SP Anand Mishra Transferred) । ইয়াৰ পিছতেই জাৰি হৈছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলিৰ নিৰ্দেশ । অৱশ্যে নগাঁৱৰ পৰা বিদায়ৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য নকৰিলে আনন্দ মিশ্ৰই ৷

Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.