Dacoits Apprehended With Toy Gun: পল্টন বজাৰ আৰক্ষীৰ জালত দুই ডকাইত

By

Published : Jan 4, 2023, 4:04 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

মহানগৰীৰ পল্টন বজাৰ আৰক্ষীয়ে মঙলবাৰে নিশা লাচিত নগৰৰ ৮ নং উপপথৰ পৰা দুটা ডকাইতক আটক কৰে(Dacoit arrested at Guwahati) । ধৃত ডকাইত দুটা ক্ৰমে ছচিকুল আলী আৰু ৰাজীৱ আলী বুলি চিনাক্ত কৰা হৈছে । ডকাইত দুটাৰ পৰা ড্ৰাগছসহ আৰক্ষীয়ে এটা পুতলা পিষ্টলো উদ্ধাৰ কৰে(Dacoits Apprehended With Toy Gun) । ধৃত ডকাইত দুটা ড্ৰাগছ আসক্ত । মহানগৰীত শেহতীয়াকৈ পিষ্টল দেখুৱাই সংঘটিত হোৱা চেইন চুৰি দৰে ঘটনাৰ লগত দুই ধৃত জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । সম্প্ৰতি ডকাইত দুটাৰ জেৰা অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.